‘অসমীৰে চোতালতে ৰ’দালিৰে চেনেহতে....’ কি সুমধুৰ কণ্ঠ যুৱকজনৰ! শুনিলে মন প্ৰাণ ভৰিব আপোনাৰ, Video

News18 Assam | News18-Assam
Updated:April 11, 2020, 9:11 PM IST
‘অসমীৰে চোতালতে ৰ’দালিৰে চেনেহতে....’ কি সুমধুৰ কণ্ঠ যুৱকজনৰ! শুনিলে মন প্ৰাণ ভৰিব আপোনাৰ, Video
নিজে গীতটো পৰিবেশন কৰাৰ লগতে বাদ্যও সংগত কৰিছে যুৱকজনে

নিজে গীতটো পৰিবেশন কৰাৰ লগতে বাদ্যও সংগত কৰিছে যুৱকজনে

  • Share this:
এটা চিৰ সেউজ অসমীয়া গীত ! ‘অসমীৰে চোতালতে ৰ’দালিৰে চেনেহতে’ গীতটো নতুন ৰূপত পৰিবেশন কৰি চৰ্চাত এজন যুৱক। যুৱকজনৰ নাম চুড়ামণি দত্ত। নিজে গীতটো পৰিবেশন কৰাৰ লগতে বাদ্যও সংগত কৰিছে যুৱকজনে। আকৰ্ষণীয় ৰূপত পৰিবেশন কৰা গীতটো শুনিলে মন প্ৰাণ ভৰি যাব আপোনাৰ।



তেজপুৰ বিশ্ব বিদ্যালয়ত অধ্যয়ন কৰা যুৱকজনৰ ঘৰ লখিমপুৰত। ইয়াৰ পূৰ্বেও বহু কেইটা গীত এনেদৰে নিজৰ ধৰণেৰে উপস্থাপন কৰি চৰ্চা লাভ কৰিছিল চুড়ামণিয়ে।
Published by: Himangshu Bhuyan
First published: April 11, 2020, 9:09 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading