• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • ৰণবীৰ-আলিয়াৰ বিয়াক লৈ বলীউদত ব্যাপক চৰ্চা, যোধপুৰত বিয়াত বহিব নেকি ৰণবীৰ-আলিয়া!

ৰণবীৰ-আলিয়াৰ বিয়াক লৈ বলীউদত ব্যাপক চৰ্চা, যোধপুৰত বিয়াত বহিব নেকি ৰণবীৰ-আলিয়া!

আনহাতে ২৮ ছেপ্টেম্বৰত ৰণবীৰ কাপুৰৰ জন্মদিন। সেয়ে ৰণবীৰ কাপুৰে প্ৰেয়সী আলিয়া ভাটৰ সৈতে এইবাৰ যোধপুৰত জন্মদিন উদযাপন কৰাৰো সম্ভাৱনা আছে।

  • Share this:
ৰণবীৰ কাপুৰ (Ranbir Kapoor) আৰু আলিয়া ভাট (Alia Bhatt)ৰ মাজত প্ৰেমৰ সম্পৰ্ক চলি থকা খবৰে বলীউদত ব্যাপক চৰ্চা লাভ কৰিছে। পিছে দুয়োগৰাকীয়ে এয়া অস্বীকাৰ কৰাৰ উপৰিও ইয়াক মাথোঁ এক উৰাবাতৰি বুলিহে কয়। কিন্তু তেওঁলোকে স্বীকাৰ নকৰিলেও বলীউদত এতিয়া ৰণবীৰ-আলিয়াৰ প্ৰেমৰ সম্পৰ্কৰ কথা সকলোৰে মুখে মুখে।

ইয়াৰ মাজতে দেওবাৰৰ দিনটোত দুয়োকে দেখা গ'ল ৰাজস্থানৰ যোধপুৰত। বলীউদৰ ভিতৰুৱা খবৰ অনুসৰি ৰণবীৰ আৰু আলিয়াই যোধপুৰতে বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰিব আৰু সেই স্থান বাচনিৰ বাবেই এই ভ্ৰমণৰ কাৰ্যসূচী।

আনহাতে ২৮ ছেপ্টেম্বৰত ৰণবীৰ কাপুৰৰ জন্মদিন। সেয়ে ৰণবীৰ কাপুৰে প্ৰেয়সী আলিয়া ভাটৰ সৈতে এইবাৰ যোধপুৰত জন্মদিন উদযাপন কৰাৰো সম্ভাৱনা আছে। ইপিনে মুম্বাইত বিয়াৰ পিছত থাকিবলৈ নতুনকৈ এটা অট্টালিকা নিৰ্মাণৰো কাম পূৰ্ণগতিত চলি থকাৰ কথা জানিব পৰা গৈছে।
Published by:Sanjay Kumar Das
First published: