হাউছফুল চিৰিজৰ আটাইতকৈ দুৰ্বল ছবি ‘হাউছফুল–৪! হতাশ দৰ্শক, আধাতে এৰিছে ছবিগৃহ

অক্ষয় কুমাৰ, ৰিতেশ দেশমুখ, ববী দেউল অভিনীত ছবিখনে মুক্তিৰ দিনাই হতাশ কৰিলে দৰ্শকক

News18-Assam
Updated:October 25, 2019, 3:51 PM IST
হাউছফুল চিৰিজৰ আটাইতকৈ দুৰ্বল ছবি ‘হাউছফুল–৪! হতাশ দৰ্শক, আধাতে এৰিছে ছবিগৃহ
অক্ষয় কুমাৰ, ৰিতেশ দেশমুখ, ববী দেউল অভিনীত ছবিখনে মুক্তিৰ দিনাই হতাশ কৰিলে দৰ্শকক
News18-Assam
Updated: October 25, 2019, 3:51 PM IST
আজি মুক্তিলাভ কৰিলে বলীউডৰ বিগ বাগেট ছবি ‘হাউছফুল–৪’। অক্ষয় কুমাৰ, ৰিতেশ দেশমুখ, ববী দেউল অভিনীত ছবিখনে মুক্তিৰ দিনাই হতাশ কৰিলে দৰ্শকক। মুক্তিৰ পিছতে বহুকেইটা দিশত সমালোচনাৰ সন্মুখীন হৈছে ছবিখন। বলীউডৰ বহুকেইজন আগশাৰীৰ ছবি সমালোচকে ছবিখনক ২০১৯ বৰ্ষত মুক্তি পোৱা বলীউডৰ ছবিৰ ভিতৰত সবাতোকৈ দুৰ্বল ছবি আখ্যা দিছে হাইছফুল ৪ ক। সেইদৰে ছবিখন চাই আধাতে ছবিগৃহ ত্যাগ কৰিছে বহুতে।


টাইমচ অৱ ইণ্ডিয়াই ছবিখনক দিছে ৫ ৰ ভিতৰত মাত্ৰ ১ পইণ্ট। কোনো ধৰণৰ কাহিনী নথকাৰ লগতে দুৰ্বল পৰিচালনাৰ ছবি হাউছফুল ৪।

টাইমচ অৱ ইণ্ডিয়াই দিছে মাত্ৰ ২.৫ পইণ্ট।

বলীউড হাংগামাই হাউছফুল ৪ ক দিছে ২ পইণ্ট

আৰু চাওক পৰৱৰ্তী বাতৰি