• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Amir Khan and Fatima Sana Sheikh : ৰীণা-কিৰণৰ পিছত নেক্সট কোন? আমিৰ-কিৰণৰ Divorceৰ পিছতে চৰ্চাত ফাতিমা ছানাৰ নাম। ছচিয়েল মিডিয়াত তুমুল ভাইৰেল।

Amir Khan and Fatima Sana Sheikh : ৰীণা-কিৰণৰ পিছত নেক্সট কোন? আমিৰ-কিৰণৰ Divorceৰ পিছতে চৰ্চাত ফাতিমা ছানাৰ নাম। ছচিয়েল মিডিয়াত তুমুল ভাইৰেল।

ফাতিমা ছানা শ্বেইখ হৈছে আমিৰ খানৰ ছুপাৰহিট ছবি ডংগল (Dangal)ৰ সহঅভিনেত্ৰী। 'থাগছ অৱ হিন্দুস্তান' (Thugs Of Hindustan)তো আমিৰ খানৰ সৈতে অভিনয় কৰিছিল ফাতিমাই।

  • Share this:
আমিৰ খান-কিৰণ ৰাও (Amir Khan-Kiran Rao)ৰ Divorceৰ পিছতে আমিৰৰ সৈতে চৰ্চা হৈছে ফাতিমা ছানা শ্বেইখৰ নাম। ফাতিমা ছানা শ্বেইখ (Fatima Sana Sheikh)ৰ সৈতে আমিৰৰ ফটো ছেয়াৰ কৰি টুইটাৰকে ধৰি বিভিন্ন ছচিয়েল মিডিয়া প্লেটফৰ্মত ব্যাপক চৰ্চা হৈছে। এক কথাত ট্ৰোল হৈছে আমিৰ খানৰ।

Fatima Sana Sheikh

ফাতিমা ছানা শ্বেইখ হৈছে আমিৰ খানৰ ছুপাৰহিট ছবি ডংগল (Dangal)ৰ সহঅভিনেত্ৰী। 'থাগছ অৱ হিন্দুস্তান' (Thugs Of Hindustan)তো আমিৰ খানৰ সৈতে অভিনয় কৰিছিল ফাতিমাই।

Published by:Manjumoni Borah
First published: