‘তোমালোকে মোক ‘মা’ বুলি মাতিলেই মোৰ মন ভৰি যায়! এতিয়া মোৰ প্ৰতিটো দিনেই সুখেৰে পৰিপূৰ্ণ’

News18 Assam | News18-Assam
Updated:February 12, 2020, 1:37 PM IST
‘তোমালোকে মোক ‘মা’ বুলি মাতিলেই মোৰ মন ভৰি যায়! এতিয়া মোৰ প্ৰতিটো দিনেই সুখেৰে পৰিপূৰ্ণ’
অভিনেত্ৰী ছানী লিয়নীয়ে ছচিয়েল মিডিয়াত লিখা এক বিশেষ মন্তব্যই এতিয়া মন চুই গৈছে সকলোৰে।

অভিনেত্ৰী ছানী লিয়নীয়ে ছচিয়েল মিডিয়াত লিখা এক বিশেষ মন্তব্যই এতিয়া মন চুই গৈছে সকলোৰে।

  • Share this:
‘মা’– ইয়াতকৈ আৰু ডাঙৰ শব্দ কি হ’ব পাৰে! অভিনেত্ৰী ছানী লিয়নীয়ে ছচিয়েল মিডিয়াত লিখা এক বিশেষ মন্তব্যই এতিয়া মন চুই গৈছে সকলোৰে। পুত্ৰৰ জন্মদিন উদযাপন কৰি অভিনেত্ৰী গৰাকীয়ে লিখিছে যে, ‘ মোৰ প্ৰতিটো দিন এতিয়া হাঁহি আৰু সুখেৰে পৰিপূৰ্ণ।



প্ৰতি মূহূৰ্ততে তোমালোকৰ হাঁহি, খেল, নৃত্যৰ লগতে তোমালোকে মোক ‘মা’ বুলি মাতোতে মোৰ মন ভৰি যায়।’










View this post on Instagram





Happy 2nd Birthday to my baby boys! You both bring so much joy and happiness to my world every single day. Every time you smile, laugh , play, jump, dance, sing and say mama, my heart melts every time! God Bless you both my little angels from God!


A post shared by Sunny Leone (@sunnyleone) on






অভিনেত্ৰীগৰাকীৰ দুয়োটা সন্তানৰ জন্মদিনৰ দিনা পৰিয়ালৰ সকলোৱে উদযাপন কৰে। দুয়োটা শিশুকে বহুতে দিয়ে জন্মদিনৰ শুভেচ্ছা।
Published by: Himangshu Bhuyan
First published: February 12, 2020, 1:37 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি