‘তোমালোকে মোক ‘মা’ বুলি মাতিলেই মোৰ মন ভৰি যায়! এতিয়া মোৰ প্ৰতিটো দিনেই সুখেৰে পৰিপূৰ্ণ’

অভিনেত্ৰী ছানী লিয়নীয়ে ছচিয়েল মিডিয়াত লিখা এক বিশেষ মন্তব্যই এতিয়া মন চুই গৈছে সকলোৰে।
অভিনেত্ৰী ছানী লিয়নীয়ে ছচিয়েল মিডিয়াত লিখা এক বিশেষ মন্তব্যই এতিয়া মন চুই গৈছে সকলোৰে।
- News18 Assam
- Last Updated: February 12, 2020, 1:37 PM IST

প্ৰতি মূহূৰ্ততে তোমালোকৰ হাঁহি, খেল, নৃত্যৰ লগতে তোমালোকে মোক ‘মা’ বুলি মাতোতে মোৰ মন ভৰি যায়।’
অভিনেত্ৰীগৰাকীৰ দুয়োটা সন্তানৰ জন্মদিনৰ দিনা পৰিয়ালৰ সকলোৱে উদযাপন কৰে। দুয়োটা শিশুকে বহুতে দিয়ে জন্মদিনৰ শুভেচ্ছা।