உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • আপোনাৰ চিনাকী অভিনেত্ৰীগৰাকী আকৌ চৰ্চাত! ভাইৰেল হৈ পৰিছে অভিনেত্ৰীগৰাকীৰ এটা বিশেষ ভিডিঅ’!

    আপোনাৰ চিনাকী অভিনেত্ৰীগৰাকী আকৌ চৰ্চাত! ভাইৰেল হৈ পৰিছে অভিনেত্ৰীগৰাকীৰ এটা বিশেষ ভিডিঅ’!

    বলীউদৰ নতুন ‘Dancing Queen’ খ্যাত নুৰা ফাতেহী আকৌ চৰ্চাত

    বলীউদৰ নতুন ‘Dancing Queen’ খ্যাত নুৰা ফাতেহী আকৌ চৰ্চাত

    বলীউদৰ নতুন ‘Dancing Queen’ খ্যাত নুৰা ফাতেহী আকৌ চৰ্চাত

    • Share this:
    বলীউদৰ প্ৰায়ে চৰ্চাত থকা অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম নুৰা ফাতেহী। অলপতে অভিনেত্ৰী নুৰা আৰু বৰুণ ধাৱানৰ এটা বিশেষ গীতে সৰ্বত্ৰ চৰ্চা লাভ কৰাৰ পিছত এইবাৰ আকৌ চৰ্চালৈ আহিছে অভিনেত্ৰী নুৰা। অভিনেত্ৰীগৰাকীৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।

    ভিডিঅ’টোত অভিনেত্ৰীগৰাকীক আকৰ্ষণীয় ৰূপত নৃত্য কৰা দেখা গৈছে। নিজৰ ‘Dance Partner’ ৰ সৈতে নুৰা ফাতেহীয়ে নৃত্য কৰা ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।

    Published by:Himangshu Bhuyan
    First published: