உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • বলীউদৰ ছবিৰ গীতত আকৰ্ষণীয় নৃত্য এইগৰাকী সুন্দৰী অভিনেত্ৰী তথা সাংসদৰ, চাওক ভিডিঅ’

    বলীউদৰ ছবিৰ গীতত আকৰ্ষণীয় নৃত্য এইগৰাকী সুন্দৰী অভিনেত্ৰী তথা সাংসদৰ, চাওক ভিডিঅ’

    ‘সাজন, সাজন তেৰি দুলহন’ গীতত আকৰ্ষণীয় নৃত্য অভিনেত্ৰী নুসৰাত জাহানৰ

    ‘সাজন, সাজন তেৰি দুলহন’ গীতত আকৰ্ষণীয় নৃত্য অভিনেত্ৰী নুসৰাত জাহানৰ

    ‘সাজন, সাজন তেৰি দুলহন’ গীতত আকৰ্ষণীয় নৃত্য অভিনেত্ৰী নুসৰাত জাহানৰ

    • Share this:
    অভিনেত্ৰী তথা সাংসদ নুসৰাত জাহান ছচিয়েল মিডিয়াত প্ৰায়ে এক্টিভ। নিজৰ অনুৰাগীৰ বাবে প্ৰায়ে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে আকৰ্ষণীয় ফটো অথবা ভিডিঅ’।

    এইবাৰ অভিনেত্ৰী মাধুৰী দিক্ষিতে অভিনয় কৰা জনপ্ৰিয় ছবিৰ গীতৰ তালে তালে নৃত্য কৰিলে অভিনেত্ৰী নুসৰাত জাহানে। ১৯৯৯ চনত অক্ষয় কুমাৰ, শ্বেইফ আলী খান আৰু মাধুৰী দিক্ষিতে অভিনয় কৰা ‘আৰ্জু’ ছবিৰ ‘সাজন সাজন তেৰি দুলহান’ গীতত নৃত্য কৰিলে নুসৰাতে।



    অভিনেত্ৰীগৰাকীৰ এই ভিডিঅ’ এতিয়া ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।




    টিকটক নিষিদ্ধ হোৱাৰ সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে কৈছে যে, টিকটক জৰিয়তে বহুতে ৰোজগাৰ পাইছিল। কিন্তু হঠাত্‍ বন্ধ হৈ যোৱাৰ ফলত এতিয়া বহু লোক সমস্যাত পৰিছে। কেন্দ্ৰীয় চৰকাৰক টিকটকৰ বিকল্পৰ কথা চিন্তা কৰিবলৈও আহ্বান জনাইছে অভিনেত্ৰীগৰাকীয়ে।
    Published by:Himangshu Bhuyan
    First published: