কিয় ফাগুনে আমনি কৰে অভিনেত্ৰী বৰষাৰাণী বিষয়াক? নতুন গীতৰ শ্বুটিং থলীত কি হ’ল চাওক, Video

News18 Assam | News18-Assam
Updated:February 22, 2020, 1:59 PM IST
কিয় ফাগুনে আমনি কৰে অভিনেত্ৰী বৰষাৰাণী বিষয়াক? নতুন গীতৰ শ্বুটিং থলীত কি হ’ল চাওক, Video
মোহময়ী অভিনেত্ৰী বৰষাৰাণী বিষয়া এতিয়া ব্যস্ত শ্বুটিঙত

মোহময়ী অভিনেত্ৰী বৰষাৰাণী বিষয়া এতিয়া ব্যস্ত শ্বুটিঙত

  • Share this:
মোহময়ী অভিনেত্ৰী বৰষাৰাণী বিষয়া এতিয়া ব্যস্ত শ্বুটিঙত। বহু কেইটা নতুন গীতৰ ভিডিঅ’ৰ শ্বুটিঙত ব্যস্ত আছে অভিনেত্ৰীগৰাকী।



দেৰগাঁৱত এতিয়া চলিছে বৰষাৰাণী বিষয়া অভিনীত মিউজিক ভিডিঅ’টোৰ শ্বুটিং। শ্বুটিঙৰ মাজতে অভিনেত্ৰী বৰষাই ক’লে প্ৰিয় মাহ ফাগুনে আমনি কৰাৰ কথা। আনকি ফাগুনৰ ওপৰত লিখা এটি গীতো গুণগুণাই অভিনেত্ৰীগৰাকীয়ে।



দীৰ্ঘদিনৰ মূৰত ফেচবুক লাইভৰ জৰিয়তে বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে অভিনেত্ৰী বৰষাই।

চাওক ভিডিঅ’

আৰু চাওক
পৰৱৰ্তী বাতৰি