আকৰ্ষণীয়! তেলেগু গীতৰ তালে তালে দুগৰাকী যুৱতীৰ সৈতে অভিনেত্ৰী বৰষাৰাণী বিষয়াই কৰিলে নৃত্য, চাওক ভিডিঅ’

News18 Assam | News18-Assam
Updated:May 21, 2020, 2:33 PM IST
আকৰ্ষণীয়! তেলেগু গীতৰ তালে তালে দুগৰাকী যুৱতীৰ সৈতে অভিনেত্ৰী বৰষাৰাণী বিষয়াই কৰিলে নৃত্য, চাওক ভিডিঅ’
ল’ক ডাউনৰ ফলত এতিয়া ঘৰতেই আবদ্ধ হৈ আছে সকলো

ল’ক ডাউনৰ ফলত এতিয়া ঘৰতেই আবদ্ধ হৈ আছে সকলো

  • Share this:
এতিয়া সৰ্বত্ৰ ল’ক ডাউন। ল’ক ডাউনৰ ফলত এতিয়া ঘৰতেই আবদ্ধ হৈ আছে সকলো। তাৰ মাজতে বিভিন্ন সময়ত আকৰ্ষণীয় কাম-কাজেৰে ছচিয়েল মিডিয়াত চৰ্চা লাভ কৰিছে অভিনেতা-অভিনেত্ৰীসকলে।

জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই এতিয়া ল’ক ডাউনৰ সময়ত এনেদৰেই পাৰ কৰিছে সময়। তেলেগু গীতৰ তালে তালে দুগৰাকী যুৱতীৰ সৈতে নৃত্য কৰিলে অভিনেত্ৰীগৰাকীয়ে। অভিনেত্ৰীগৰাকীৰ নৃত্যই এতিয়া ছচিয়েল মিডিয়াত লাভ কৰিছে চৰ্চা।



আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading