News18 AssamNews18 Assam
|
News18-Assam Updated:February 6, 2020, 5:11 PM IST
সপোন পূৰণ হ’ল এগৰাকী অভিনত্ৰীৰ
সপোন পূৰণ হ’ল এগৰাকী অভিনত্ৰীৰ
সপোন পূৰণ হ’ল এগৰাকী অভিনত্ৰীৰ। সৰুৰে পৰা আৰক্ষী হোৱাৰ সপোন দেখা অভিনেত্ৰীগৰাকীয়ে অৱশেষত যোগ দিলে আৰক্ষীত। অভিনেত্ৰীগৰাকীৰ নাম পৰীমণি। বহুকেইখন বাংলাদেশৰ লগতে বেংগলী ছবিতো অভিনয় কৰিছে অভিনেত্ৰীগৰাকীয়ে।কিন্তু অভিনেত্ৰীগৰাকীৰ সপোন ৰিয়েল লাইফত নহয়, ৰীল লাইফতহে পূৰণ হৈছে।