অৱশেষত সপোন পূৰণ, আৰক্ষীত যোগ দিলে এইগৰাকী সুন্দৰী অভিনেত্ৰীয়ে!

News18 Assam | News18-Assam
Updated:February 6, 2020, 5:11 PM IST
অৱশেষত সপোন পূৰণ, আৰক্ষীত যোগ দিলে এইগৰাকী সুন্দৰী অভিনেত্ৰীয়ে!
সপোন পূৰণ হ’ল এগৰাকী অভিনত্ৰীৰ

সপোন পূৰণ হ’ল এগৰাকী অভিনত্ৰীৰ

  • Share this:
সপোন পূৰণ হ’ল এগৰাকী অভিনত্ৰীৰ। সৰুৰে পৰা আৰক্ষী হোৱাৰ সপোন দেখা অভিনেত্ৰীগৰাকীয়ে অৱশেষত যোগ দিলে আৰক্ষীত। অভিনেত্ৰীগৰাকীৰ নাম পৰীমণি। বহুকেইখন বাংলাদেশৰ লগতে বেংগলী ছবিতো অভিনয় কৰিছে অভিনেত্ৰীগৰাকীয়ে।কিন্তু  অভিনেত্ৰীগৰাকীৰ সপোন ৰিয়েল লাইফত নহয়, ৰীল লাইফতহে পূৰণ হৈছে।

Published by: Himangshu Bhuyan
First published: February 6, 2020, 5:10 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading