পাৰ্টীত বয়ফ্ৰেণ্ডৰ সৈতে ঘনিষ্ঠ অৱস্থাত নৃত্য, ভাইৰেল আমিৰ খানৰ জীয়ৰীৰ ভিডিঅ’

সম্প্ৰতি আমিৰ খানৰ জীয়ৰী ইৰা খানৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।

News18-Assam
Updated:June 28, 2019, 3:23 PM IST
পাৰ্টীত বয়ফ্ৰেণ্ডৰ সৈতে ঘনিষ্ঠ অৱস্থাত নৃত্য, ভাইৰেল আমিৰ খানৰ জীয়ৰীৰ ভিডিঅ’
সম্প্ৰতি আমিৰ খানৰ জীয়ৰী ইৰা খানৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।
News18-Assam
Updated: June 28, 2019, 3:23 PM IST
সৰুৰে পৰাই চৰ্চাত থাকে তাৰকাৰ সন্তানসকল। সংবাদ মাধ্যমৰ বাবেও তেওঁলোক হৈ পৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। তেওঁলোকে কি খাইছে, ক’লৈ গৈছে সকলোতে দৃষ্টি ৰাখে সংবাদ মাধ্যমে। কেতিয়াবা তাক লৈও খবৰো হয়।

বলীউদৰ মিষ্টাৰ পাৰফেকচনিষ্ট আমিৰ খানে সাধাৰণতে তেওঁৰ সন্তানক প্ৰচাৰৰ পৰা কিছু দূৰত ৰাখে। সম্প্ৰতি আমিৰ খানৰ জীয়ৰী ইৰা খানৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। ভিডিঅ’টোত এটা পাৰ্টীত দেখা গৈছে ইৰাক। ইৰাৰ সৈতে দেখা গৈছে প্ৰেমিক মিছাল ক্ৰিপালানিকো। মিছালৰ সৈতে ঘনিষ্ঠ অৱস্থাত নৃত্য কৰা দেখা গৈছে ইৰাক।

মিছালৰ সৈতে ইৰাৰ সম্পৰ্ক দিৰ্ঘদিনীয়া। ইয়াৰ পূৰ্বেও বহুবাৰ একেলগে ছচিয়েল মিডিয়াত আহিছে দুয়ো।



আৰু চাওক পৰৱৰ্তী বাতৰি