মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Aamir Khan, Kiran Rao : বিবাহ বিচ্ছেদৰ পিছত প্ৰথমবাৰলৈ একেলগে দেখা গ'ল আমিৰ-কিৰণক, লগত আছিল নাগা চৈতন্য।

Aamir Khan, Kiran Rao : বিবাহ বিচ্ছেদৰ পিছত প্ৰথমবাৰলৈ একেলগে দেখা গ'ল আমিৰ-কিৰণক, লগত আছিল নাগা চৈতন্য।

News18 Assam | News18-Assam
Updated:July 9, 2021, 11:16 PM IST
Aamir Khan, Kiran Rao : বিবাহ বিচ্ছেদৰ পিছত প্ৰথমবাৰলৈ একেলগে দেখা গ'ল আমিৰ-কিৰণক, লগত আছিল নাগা চৈতন্য।
৩ জুলাইত আমিৰ-কিৰণে একেলগে বিবাহ বিচেছেদ ঘো।ণা কৰিছিল যদিও আগন্তুক দিনত একেলগে কাম কৰি যাব বুলি কৈছিল দুয়োজনে। 

৩ জুলাইত আমিৰ-কিৰণে একেলগে বিবাহ বিচেছেদ ঘো।ণা কৰিছিল যদিও আগন্তুক দিনত একেলগে কাম কৰি যাব বুলি কৈছিল দুয়োজনে। 

  • Share this:
বিবাহ বিচ্ছেদৰ এসপ্তাহ পিছতে একেলগে দেখা গ'ল আমিৰ খান আৰু কিৰণ ৰাওক। ১৫ বছৰীয়া যুগ্ম জীৱনৰ অৱসান ঘটাই এপ্তাহ পূৰ্বে আমিৰ-কিৰণে যৌথভাৱে বিচ্ছেদ ঘোষণা কৰাৰ পিছতে আজি প্ৰথমবাৰৰ বাবে ছচিয়েল মিডিয়াত একেলগে দেখা গ'ল দুয়োকে। অভিনেতা নাগা চৈতন্যই ছেয়া কৰিছে এই ফটো।

তেলেগু ষ্টাৰ নাগা চৌতন্য আমিৰ আৰু কিৰণৰ সৈতে এইকেইদিন একেলগে আছে লাডাখত। আমিৰ খানৰ নতুন ছবি লাল সিং চদ্ধাৰ ছুটিঙত ব্যস্ত আছে সকলো। ছুটিঙৰ মাজতে তোলা ছেলফী এখন ছেয়াৰ কৰিলে নাগা চৌতন্যই। ছেলফীখনত নাগা চৈতন্য আৰু আমিৰ খানক সেনাৰ পোছাক পৰিধান কৰা দেখা গৈছে আৰু মাজত আমিৰ আকিৰণ ৰাওক হাঁহি মুখেৰে আনন্দ মনেৰে ছেলফী উঠা দেখা গৈছে।

উল্লেখ্য যে ৩ জুলাইত আমিৰ-কিৰণে একেলগে বিবাহ বিচেছেদ ঘো।ণা কৰিছিল যদিও আগন্তুক দিনত একেলগে কাম কৰি যাব বুলি কৈছিল দুয়োজনে। লগতে তেওঁলোকৰ সন্তানৰো পালন একেলগেই কৰিব বুলি কৰিছিল মন্তব্য।
Published by: Manjumoni Borah
First published: July 9, 2021, 11:16 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি