দুৰন্ত প্ৰতিভাঃ কণমানিজনীয়ে গীতেৰে মোহিছে সকলোকে, চাওক Video

News18 Assam | News18-Assam
Updated:February 8, 2020, 12:32 PM IST
দুৰন্ত প্ৰতিভাঃ কণমানিজনীয়ে গীতেৰে মোহিছে সকলোকে, চাওক Video
শিশুটিৰ কণ্ঠই এতিয়া মোহিছে সকলোকে।

শিশুটিৰ কণ্ঠই এতিয়া মোহিছে সকলোকে।

  • Share this:
এটি প্ৰতিভাৱান শিশু। শিশুটিৰ কণ্ঠই এতিয়া মোহিছে সকলোকে।  গীতেৰে সকলোকে মোহিত কৰা কণমানিজনীৰ নাম প্ৰজ্ঞা মেধা। কণমানিজনীয়ে গোৱা গীত এতিয়া ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। বলীউদৰ বহু হিট গান কণমানিজনীৰ কণ্ঠত শুনি সকলোৱে একেমুখে কৰিছে প্ৰশংসা।

আৰু চাওক
পৰৱৰ্তী বাতৰি