আপোনাৰ হাতত আছে নেকি এই ১ টকীয়া মুদ্ৰা? এদিনতে হৈ পৰিব ১০ লাখ টকাৰ গৰাকী!

জানি লওক আপোনাক কোনটো এটকীয়া মুদ্ৰাৰ প্ৰয়োজন হ'ব আৰু ইয়াৰ জৰিয়তে আপুনি কেনেকৈ উপাৰ্জন কৰিব পাৰিব লক্ষাধিক টকা।
জানি লওক আপোনাক কোনটো এটকীয়া মুদ্ৰাৰ প্ৰয়োজন হ'ব আৰু ইয়াৰ জৰিয়তে আপুনি কেনেকৈ উপাৰ্জন কৰিব পাৰিব লক্ষাধিক টকা।
- News18 Assam
- Last Updated: February 23, 2021, 12:35 PM IST
উপাৰ্জনৰ পথ বিচাৰি হাবাথুৰি খাইছে নেকি আপুনি? যদিহে আপুনিও বিচাৰি আছে উপাৰ্জন পথ। তেন্তে আৰু চিন্তা নকৰিব, এতিয়াৰে পৰা ঘৰতে বহি উপাৰ্জন কৰিব পাৰিব আপুনি। ঘৰত বহিয়েই কোটিপতি হোৱাৰ সুযোগ আছে আপোনাৰ বাবেও। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ইয়াৰ বাবে আপুনি একো কৰাৰো প্ৰয়োজন নাই। যদিহে আপোনাৰ ওচৰত আছে এই বিশেষ ১ টকীয়া মুদ্ৰা তেন্তে আপুনি সহজে লাভ কৰিব পাৰে ১০ লাখ টকা।
আপুনি এই নিৰ্দিষ্ট মুদ্ৰাৰ ফটো ৱেবছাইটত আপলোড কৰিব লাগিব। তাৰ পিছতে মানুহে আপোনাৰ এই মুদ্ৰাৰ বাবে দাম মাতিব আৰু আপুনি বিচৰাজনক এই মুদ্ৰা বিক্ৰী কৰি উপাৰ্জন কৰিব পাৰিব লক্ষাধিক টকা। ইয়াৰ বাবে প্ৰথমে জানি লওক আপোনাক কোনটো এটকীয়া মুদ্ৰাৰ প্ৰয়োজন হ'ব আৰু ইয়াৰ জৰিয়তে আপুনি কেনেকৈ উপাৰ্জন কৰিব পাৰিব লক্ষাধিক টকা।
ইয়াৰ বাবে কোনটো মুদ্ৰাৰ প্ৰয়োজন হ'ব আপোনক?
১৮৩৫ চনৰ ১ টকীয়া মুদ্ৰাটো হৈছে অতি বিশেষ। ইয়াৰ এটা ফালে ইষ্ট ইণ্ডিয়া কোম্পানী লিখা থাকে আৰু আনফালে বিলিয়ম কইন লিখা থাকে আৰু ফটো থাকে। এইটো এটা ৰূপৰ মুদ্ৰা আৰু যদি আপোনাৰ ওচৰত এই মুদ্ৰা আছে তেতিয়া আপুনি ঘৰত বহিয়েই লাখপতি হ'ব পাৰিব।
এই মুদ্ৰাৰ বিশেষত্ব কি?
লগতে আপুনি এইসমূহ ৱেবছাইটত বিক্ৰী কৰিব পাৰিব আপোনাৰ বিশেষ মুদ্ৰা -
https://dir.indiamart.com/impcat/old-coins.html https://in.pinterest.com/080841052o/sell-old-coins/ http://www.indiancurrencies.com/