ব্যৱসায়ীক জগতৰ লগত জড়িত বিভিন্ন প্ৰয়োজনীয়তাৰ বাবে Moneycontrol Pro কিছু দিনৰ পৰা উপলব্ধ হৈছে ডিজিটেলৰ প্লেটফৰ্মত। ইয়াত মাৰ্কেট ইনভেষ্টৰ্চৰ লগত জড়িত বিভিন্ন বিষয়ত বিশেষ গুৰুত্ব দিয়া হৈছে। ইয়াৰ উপৰিও আপুনি আপোনাৰ কষ্ট উপাৰ্জিত ধন ক’ত বিনিয়োগ কৰিব, সেইলৈ ‘Long term plan’ কৰিবলৈও Moneycontrol Pro সহায়ক হিচাপে পৰিগণিত হ’ব। Moneycontrol Pro কেইমাহ মানৰ পূৰ্বে মুকলি কৰা হৈছিল আৰু ই এক প্ৰিমিয়াম Subscription সেৱা। এই এপ ডেস্কটপ আৰু মবাইল এপৰ জৰিয়তে উপলব্ধ।
Moneycontrol Pro ৰ বিষয়ে কেইটামান উল্লেখনীয় কথা
– মবাইল এপৰ জৰিয়তে প্ৰ’ Subscriber সকলে কোনো বিজ্ঞাপন অবিহনে সকলো তথ্য লাভ কৰিব পাৰিব।
– আমাৰ ইন–হাউচ ইকিউটি ৰিচাৰ্জ টিমে আপোনাক বিনিয়োগৰ আইডিয়া দিব।
– বানিজ্যৰ লগতে ৰাজনীতি, সমাজনীতি আৰু নীতিগত দিশৰ বিভিন্ন সিদ্ধান্ত সংক্ষিপ্ত ৰূপত লাভ কৰিব।
– মাৰ্কেট গুৰু আৰু উচ্চ পৰ্যায়ৰ ব্ল’গছৰ ব্লগ বিশেষ ভাবে আপোনাৰ কাৰণে উপলব্ধ কৰা হ’ব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|