
শনিবাৰ ভুলটো ক্ৰয় নকৰিব এইকেইটা সামগ্ৰীঃ
শনিবাৰ ভুলটো ক্ৰয় নকৰিব এইকেইটা সামগ্ৰীঃ
শনি গ্ৰহক লৈ বহুতৰে ভয়।শনি দেৱতাক সন্তুষ্ট কৰিবলৈ উঠি পৰি লাগে সকলো। কাৰণ শাস্ত্ৰমতে, শনিৰ ৰোষত পৰিলে জীৱন ছাড়খাৰ হৈ যায়। সেইদৰে শনি দেৱতা সন্তুষ্ট হ’লে জীৱনত সাফল্যই সাফল্য!
শনিবাৰ ভুলটো ক্ৰয় নকৰিব এইকেইটা সামগ্ৰীঃ
- ক’লা ৰঙৰ জোতা ক্ৰয় নকৰিব।
- লোহাৰ সামগ্ৰী ক্ৰয় নকৰিব। যদি লোহাৰ ব্যৱসায় কৰে, তেন্তে শনিবাৰে লোহাৰ বস্তু কিনা-বেচা নকৰিব। আনকি কোনো ধৰণৰ যান-বাহনো ক্ৰয় নকৰিব। কাৰণ সেয়াও লোহাৰে তৈয়াৰী।
- ক্ৰয় নকৰিব বৈদ্যুতিক সামগ্ৰী।
- ক্ৰয় নকৰিব ছাটি।
- সৰিয়হ ক্ৰয় নকৰিব।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|