মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »দিপাৱলীৰ এই বিশেষ সময়ত পাব টকা ঘটাৰ সুৱৰ্ণ সুযোগ, জানক কি কৰিব লাগিব

দিপাৱলীৰ এই বিশেষ সময়ত পাব টকা ঘটাৰ সুৱৰ্ণ সুযোগ, জানক কি কৰিব লাগিব

দিপাৱলী সমাগত। পৰম্পৰা অনুসৰি দেশৰ বিভিন্ন প্ৰান্তত দিপাৱলীৰ লগতে নতুন বিত্তীয় বৰ্ষৰ আৰম্ভনি হয়।  প্ৰতি বছৰে এই সময়ছোৱাত ট্ৰেডিঙৰ কাৰণে এক বিশেষ সময় নিৰ্ধাৰণ কৰা হয়। বিনিয়োগকাৰীসকলে এই সময়চোৱাত ভ্যেলু বেচড ষ্টক ক্ৰয় কৰে।

  • Share this:
নতুন দিল্লীঃ দিপাৱলীৰ দিনটো শ্বেয়াৰ বজাৰৰ (Stock Market) কাৰণে বিৰাট গুৰুত্বপূৰ্ণ দিন। এই দিনটোত মাৰ্কেট বন্ধ থাকিলেও এঘণ্টাৰ কাৰণে মুহূৰ্ত ট্ৰেডিঙৰ আয়োজন কৰা হয় (Muhurat trading session 2021)। এই সময়ছোৱাত কেৱল এঘণ্টাৰ কাৰণে বজাৰত ট্ৰেডিং কৰা হয়। এই এঘণ্টাত বিনিয়োগকৰ্তাই ক্ষুদ্ৰ বিনিয়োগেৰে বজাৰৰ পৰম্পৰা ৰক্ষা কৰে।

যদি আপুনি টকা ঘটাৰ বা বিনিয়োগ কৰাৰ কথা চিন্তা কৰিছে তেনেহ’লে এই দিনটোত টকা লগাব পাৰে। এই দিনটো যথেষ্ট শুভ গণ্য কৰা হয়। উল্লেখ্য যে, এইবাৰ ৪ নৱেম্বৰ, ২০২১ত দিপাৱলীৰ দিনটোত NSE আৰু BSEত সন্ধিয়া ৬.১৫ বজাৰ পৰা ৭.১৫ বজালৈ প্ৰী অপেন ট্ৰেডিং চেছন হ’ব। আহক জানো শুভ মুহূৰ্তৰ বিষয়ে...

পৰম্পৰা অনুসৰি দেশৰ বিভিন্ন প্ৰান্তত দিপাৱলীৰ লগতে নতুন বিত্তীয় বৰ্ষৰ আৰম্ভনি হয়। প্ৰতি বছৰে এই সময়ছোৱাত ট্ৰেডিঙৰ কাৰণে এক বিশেষ সময় নিৰ্ধাৰণ কৰা হয়। বিনিয়োগকাৰীসকলে এই সময়চোৱাত ভ্যেলু বেচড ষ্টক ক্ৰয় কৰে।

মুহূৰ্ত ট্ৰেডিঙৰ দিনটোত শ্বেয়াৰ বজাৰত বিনিয়োগ কৰাটো শুভ গণ্য কৰা হয়। এই এঘণ্টাৰ মুহূৰ্ত ট্ৰেডিঙৰ সময়ত বেছিভাগ বিনিয়োগকাৰীয়ে শ্বেয়াৰ ক্ৰয় কৰে। মুহূৰ্ত ট্ৰেডিঙৰ পৰম্পৰা দীঘলীয়া সময়ৰ পৰা চলি আহিছে। প্ৰতি বছৰে মুহূৰ্ত ট্ৰেডিঙৰ কাৰণে এক বিশেষ সময় নিৰ্ধাৰণ কৰা হয়। বিনিয়োগকাৰীয়ে এই শুভ মুহূৰ্তত ভ্যেলু বেচড বেষ্ট ষ্টক ক্ৰয় কৰে।

শেহতীয়া বাতৰি