সত্য প্ৰমাণিত হ’ল NEWS18ৰ ডিজিটেল লাইছেঞ্চৰ বাতৰি, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কৰিলে স্বীকাৰ

AMTRONৰ সলনি ASTC বিকল্প হোৱাৰ ইংগিত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

News18-Assam
Updated:September 21, 2019, 11:11 AM IST
সত্য প্ৰমাণিত হ’ল NEWS18ৰ ডিজিটেল লাইছেঞ্চৰ বাতৰি, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কৰিলে স্বীকাৰ
AMTRONৰ সলনি ASTC বিকল্প হোৱাৰ ইংগিত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ
News18-Assam
Updated: September 21, 2019, 11:11 AM IST
সত্য প্ৰমাণিত হ’ল NEWS18ৰ ডিজিটেল লাইছেঞ্চৰ বাতৰি। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে স্বীকাৰ কৰিলে AMTRONৰ ব্যৰ্থতা। AMTRONৰ নিৰ্ধাৰিত সময় উকলি গৈছে বুলি মন্তব্য মন্ত্ৰী পাটোৱাৰীৰ। AMTRONৰ সলনি ASTC বিকল্প হোৱাৰ ইংগিত মন্ত্ৰীগৰাকীৰ।

ASTCক ডিজিটেল লাইচেঞ্চৰ কাম সম্পন্ন কৰিবলৈ দায়িত্ব দিয়াৰ ইংগিত। এই সন্দৰ্ভত জনালে NEWS18ক জনালে পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। AMTRONএ প্ৰস্তুত কৰা লাইচেঞ্চৰ মানদণ্ডক লৈ অসন্তুষ্ট মন্ত্ৰী পাটোৱাৰী। মডাৰ্ণ টেকন’লজীৰে ASTCক লাইছেঞ্চ প্ৰস্তুতকৰণৰ দায়িত্ব প্ৰদানৰ চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে। News18ত ই-লাইচেঞ্চৰ বৈধতাক লৈ প্ৰকাশিত বাতৰিৰ পিছতে প্ৰতিক্ৰিয়া মন্ত্ৰী পাটোৱাৰীৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি