• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Narendra Modi Birthday: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনত ৫৬ ইঞ্চিৰ থালি ! শেষ কৰিব পাৰিলেই লাখ লাখ টকাৰ পুৰস্কাৰ ...

Narendra Modi Birthday: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনত ৫৬ ইঞ্চিৰ থালি ! শেষ কৰিব পাৰিলেই লাখ লাখ টকাৰ পুৰস্কাৰ ...

প্ৰধানমন্ত্ৰীৰ জন্মদিন উদযাপন কৰিবলৈ ৰেষ্টুৰেণ্টখনত ৫৬ বিধ ব্যঞ্জনৰ এক বিশেষ থালিৰ ব্যৱস্থা কৰা হৈছে। এই নতুন থালিত ৫৬ বিধ ব্যঞ্জন ৰখা হৈছে, যাৰ ভিতৰত আছে আমিষ আৰু নিৰামিষ ব্যঞ্জন, ইয়াৰ নাম হৈছে ৫৬ ইঞ্চি মোদিজি থালি।

  • Share this:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন দিল্লীৰ এখন ৰেষ্টুৰেণ্টত উদযাপন কৰা হৈছে।

প্ৰধানমন্ত্ৰীৰ জন্মদিন উদযাপন কৰিবলৈ ৰেষ্টুৰেণ্টখনত ৫৬ বিধ ব্যঞ্জনৰ এক বিশেষ থালিৰ ব্যৱস্থা কৰা হৈছে, যিটো তেওঁৰ গুণমুগ্ধ আৰু সমৰ্থকসকলে নৰেন্দ্ৰ মোদীৰ ৫৬ ইঞ্চি বুকুৰ ছাতিৰ বিষয়ে বাৰে বাৰে উল্লেখ কৰিছে।  সেই কথা মনত ৰাখি, এই নতুন থালিত ৫৬ বিধ ব্যঞ্জন ৰখা হৈছে, যাৰ ভিতৰত আছে আমিষ আৰু নিৰামিষ ব্যঞ্জন। ইয়াৰ নাম হৈছে ৫৬ ইঞ্চি মোদিজি থালি।

কেৱল ৫৬ খন বিবিধ ব্যঞ্জনৰ সৈতে আয়োজিত অনন্য থালিয়ে নহয়, ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষই এই প্লেটখনৰ লগতে এক বৃহৎ বিত্তীয় পুৰষ্কাৰৰ ব্যৱস্থা কৰিছে। ৰেষ্টুৰেণ্টখনৰ গৰাকী সুমিত কালৰাই কৈছিল যে যদি কোনো দম্পতীৰ কোনোবাই ৪০ মিনিটত থালি শেষ কৰিব পাৰে, তেন্তে দম্পতীহালক ৮.৫ লাখ টকাৰ পুৰস্কাৰ দিয়া হ'ব।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি