মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»কাইলৈ ৰিয়ান পৰাগৰ জন্মদিন, জন্মদিনৰ পূৰ্বে কি বিচাৰিলে বিৰাট কোহলীৰ পৰা?

কাইলৈ ৰিয়ান পৰাগৰ জন্মদিন, জন্মদিনৰ পূৰ্বে কি বিচাৰিলে বিৰাট কোহলীৰ পৰা?

News18 Assam | News18-Assam
Updated:November 9, 2020, 8:39 PM IST
কাইলৈ ৰিয়ান পৰাগৰ জন্মদিন, জন্মদিনৰ পূৰ্বে কি বিচাৰিলে বিৰাট কোহলীৰ পৰা?
অসমৰ প্ৰতিভা সম্পন্ন ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ কাইলৈ জন্মদিন।

অসমৰ প্ৰতিভা সম্পন্ন ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ কাইলৈ জন্মদিন।

  • Share this:
অসমৰ প্ৰতিভা সম্পন্ন ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ কাইলৈ জন্মদিন। জন্মদিনৰ পূৰ্বে ৰিয়ানে কৰিলে বিশেষ টুইট। জন্মদিনৰ পূৰ্বে বিচাৰিলে বিশেষ উপহাৰ।



বহুতে প্ৰশ্ন কৰিলে যে, কি উপহাৰ বিচাৰিছে ৰিয়ানে? এজনে আনকি অধিনায়ক বিৰাট কোহলীৰ পৰা ৰিয়ানে জন্মদিনৰ শুভেচ্ছা বিচাৰিছে বুলিও সন্দেহ প্ৰকাশ কৰে। লগে লগে ৰিয়ানে ইয়াৰ ৰিপ্লাই তাত্‍পৰ্যপূৰ্ণ ভাবে দিয়ে।




চলিত আই পিএলত ইতিমধ্যে অভিযান সমাপ্ত কৰিলে ৰিয়ান পৰাগে প্ৰতিনিধিত্ব কৰা দল ৰাজস্থান ৰয়েলছে। প্ৰথম অৱস্থাত ৰিয়ানে দুখনমান মেচত সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছিল যদিও, পিছলৈ ধৰি ৰাখিব নোৱাৰিলে ধাৰাবাহিকতা।
Published by: Himangshu Bhuyan
First published: November 9, 2020, 8:39 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি