உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Cricket: ১৯৮৩ৰ বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ ক্ৰিকেটাৰ যশপাল শৰ্মাৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু...

    Cricket: ১৯৮৩ৰ বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ ক্ৰিকেটাৰ যশপাল শৰ্মাৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু...

    ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ যশপাল শৰ্মাৰ মৃত্যু PIC: APF

    ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ যশপাল শৰ্মাৰ মৃত্যু PIC: APF

    ভাৰতীয় প্ৰাক্তন মিডল অৰ্ডাৰ বেটছমেন যশপাল শৰ্মাৰ মঙলবাৰে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। যশপাল শৰ্মা কপিল দেৱৰ নেতৃত্বত ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী দলৰ সদস্য আছিল।

    • Share this:
    ভাৰতীয় প্ৰাক্তন মিডল অৰ্ডাৰ বেটছমেন যশপাল শৰ্মাৰ মঙলবাৰে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। যশপাল শৰ্মা কপিল দেৱৰ নেতৃত্বত ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী দলৰ সদস্য আছিল। তেওঁ ৩৭ খন এদিনীয়া আৰু ৪২ খন টেষ্টত ভাৰতক প্ৰতিনিধিত্ব কৰিছে। তেওঁ ১৯৭৯-৮৩ চনলৈ ভাৰতীয় মিডল অৰ্ডাৰৰ এক গুৰুত্বপূৰ্ণ অংশ আছিল। তেওঁ কেইবছৰমান ৰাষ্ট্ৰীয় নিৰ্বাচক হিচাপেও কাম কৰিছিল আৰু ২০০৮ চনত পেনেলত পুনৰ নিযুক্তি লাভ কৰিছিল।



    যশপাল শৰ্মাৰ বয়স আছিল ৬৬ বছৰ। যশপাল শৰ্মা ১৯৮৩ চনৰ বিশ্বকাপত ভাৰতৰ হৈ দ্বিতীয় সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী আছিল।
    Published by:Kokil Sarma
    First published: