এয়া আকৌ কেনেধৰণৰ জন্মদিনৰ শুভেচ্ছা! শচীনৰ জন্মদিনৰ দিনা মুম্বাই আৰক্ষীয়ে শ্বেয়াৰ কৰা ভিডিঅ’এতিয়া ভাইৰেল

News18 Assam | News18-Assam
Updated:April 24, 2020, 10:34 PM IST
এয়া আকৌ কেনেধৰণৰ জন্মদিনৰ শুভেচ্ছা! শচীনৰ জন্মদিনৰ দিনা মুম্বাই আৰক্ষীয়ে শ্বেয়াৰ কৰা ভিডিঅ’এতিয়া ভাইৰেল
আজি ৪৭ বছৰ বয়সত ভৰি দিলে মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰে

আজি ৪৭ বছৰ বয়সত ভৰি দিলে মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰে

  • Share this:
আজি ৪৭ বছৰ বয়সত ভৰি দিলে মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰে। কিন্তু এইবাৰ নিজৰ জন্মদিন উদযাপন কৰাৰ পৰা বিৰত থাকিল শচীন। কেৱল পত্নী অঞ্জলী আৰু দুই সন্তানৰ সৈতে ঘৰতে পাৰ কৰিলে জন্মদিনৰ দিনটো।

জন্মদিনৰ দিনা শচীনক বিভিন্ন জনে ছচিয়েল মিডিয়াৰ জৰিয়তেও শুভেচ্ছা জনালে। মুম্বাই আৰক্ষীয়েও টুইটাৰ যোগে এটা বিশেষ ভিডিঅ’শ্বেয়াৰ কৰি জন্মদিনৰ শুভেচ্ছা জনালে টেণ্ডুলকাৰক।

মুম্বাই আৰক্ষীয়ে শচীনক জন্মদিনৰ শুভেচ্ছা জনাবলৈ শ্বেয়াৰ কৰা ভিডিঅ’টো এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।

চাওক ভিডিঅ’:


আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading