মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»IPLৰ পৰা বিদায় ল'লে কোহলী বাহিনীয়ে, কলকাতাৰ হাতত ৪ উইকেটত পৰাস্ত...

IPLৰ পৰা বিদায় ল'লে কোহলী বাহিনীয়ে, কলকাতাৰ হাতত ৪ উইকেটত পৰাস্ত...

Kokil Sarma | News18-Assam
Updated:October 11, 2021, 11:26 PM IST
IPLৰ পৰা বিদায় ল'লে কোহলী বাহিনীয়ে, কলকাতাৰ হাতত ৪ উইকেটত পৰাস্ত...
IPL 2021 ৰ পৰা বিদায় মাগিলে বিৰাট কোহলী (Virat Kohli) ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে (RCB)। কলকাতা নাইট ৰাইডাৰ্ছৰ (KKR) হাতত পৰাস্ত হ'ল বিৰাট কোহলীৰ দলটো। 

  • Share this:

প্ৰথমে বেট ধৰি বেংগালুৰুৱে ২০ অভাৰত ৭ উইকেট হেৰুৱাই ১৩৮ ৰাণ কৰে। কোহলীয়ে ৩৯ ৰান কৰাৰ বিপৰীতে সুনীল নাৰায়ণে ৪টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত কলকাতাই ১৯.৪ অভাৰত ৬টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়।
Published by: Kokil Sarma
First published: October 11, 2021, 11:26 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি