প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ মাজত প্ৰেয়সীৰ সৈতে নৱবৰ্ষ উদযাপন কৰিলে ক্ৰিকেটাৰ ঋষভ পণ্টে

News18 Assam | News18-Assam
Updated:January 3, 2020, 1:48 PM IST
প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ মাজত প্ৰেয়সীৰ সৈতে নৱবৰ্ষ উদযাপন কৰিলে ক্ৰিকেটাৰ ঋষভ পণ্টে
Source-Google

পিছত নিজৰ ছচিয়েল মিডিয়া ছাইটত ক্ৰিকেটাৰগৰাকীয়ে শ্বেয়াৰ কৰে ফটো

  • Share this:
বলীউদৰ লগতে ভাৰতীয় ক্ৰিকেটদলৰ বহু তাৰকাই নতুন বছৰ উদযাপনৰ ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। ভাৰতীয় ক্ৰিকেটদলৰ উইকেট কিপাৰ বেটচমেন ঋষভ পণ্টেও নিজৰ প্ৰেয়সীৰ লগত নতুন বছৰ উদযাপন কৰে। বৰফেৰে আবৃত প্ৰকৃতিৰ এক মনোমোহা পৰিৱেশৰ মাজত প্ৰেয়সী ইশা নেগীৰ সৈতে নতুন বছৰ উদযাপন কৰে ঋষভে।



 





View this post on Instagram




 

I like me better when I’m with you 🧡🤷🏻‍♂


A post shared by Rishabh Pant (@rishabpant) on




আৰু চাওক
পৰৱৰ্তী বাতৰি