• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Team India Head Coach: ৰাহুল দ্ৰাবিড়ক ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক ৰূপে নিযুক্তি, নিউজিলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ পৰা ল'ব দায়িত্ব...

Team India Head Coach: ৰাহুল দ্ৰাবিড়ক ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক ৰূপে নিযুক্তি, নিউজিলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ পৰা ল'ব দায়িত্ব...

Team India Head Coach: ভাৰতৰ প্ৰাক্তন অধিনায়ক ৰাহুল দ্ৰাবিড় (Rahul Dravid) টীম ইণ্ডিয়াৰ নতুন মুখ্য প্ৰশিক্ষক হ'ব। টি-২০ বিশ্বকাপ (T20 World Cup 2021)ৰ পিছত, বৰ্তমানৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ (Ravi Shastri) কাৰ্যকাল সমাপ্ত হ'ব।

  • Share this:
ভাৰতৰ প্ৰাক্তন অধিনায়ক ৰাহুল দ্ৰাবিড় (Rahul Dravid) টীম ইণ্ডিয়াৰ নতুন মুখ্য প্ৰশিক্ষক হ'ব। টি-২০ বিশ্বকাপ (T20 World Cup 2021)ৰ পিছত, বৰ্তমানৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ (Ravi Shastri) কাৰ্যকাল সমাপ্ত হ'ব। দ্ৰাবিড়ে বিশ্বকাপৰ পিছত নিউজিলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাৰ পৰা দলটোৰ দায়িত্ব ল'ব। ৰাহুল দ্ৰাবিড়ে বৰ্তমান বেংগালুৰুত ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ (NCA) মুৰব্বী হিচাপে কাম কৰি আছে। বহুতো কনিষ্ঠ খেলুৱৈক প্ৰস্তুত কৰাৰ কৃতিত্ব তেওঁক দিয়া হয়। দ্ৰাবিড়ৰ চুক্তি প্ৰথমে ২০২৩ চনলৈকে হ'ব।

দ্ৰাবিড়ৰ বিশ্বাসী পাৰশ মাম্ব্ৰেক টীম ইণ্ডিয়াৰ বলিং প্ৰশিক্ষক হিচাপে দায়িত্ব দিয়া হ'ব পাৰে। ইয়াৰ উপৰিও, বিক্ৰম ৰাথোৰ দলটোৰ বেটিং প্ৰশিক্ষক হৈ থাকিব, আনহাতে ফিল্ডিং প্ৰশিক্ষক আৰ শ্ৰীধৰৰ সলনি এতিয়ালৈকে কোনো নাম চূড়ান্ত কৰা হোৱা নাই। ৰাথোৰে পুনৰ বেটিং প্ৰশিক্ষকৰ পদৰ বাবেও আবেদন কৰিছে।
Published by:Kokil Sarma
First published: