உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • IND vs SA: মিডল অৰ্ডাৰত ব্যৰ্থতা ! দ্বিতীয় টেষ্টত ভাৰতৰ বেটিং বিপৰ্যয়, ২০২ ৰানতে সামৰিলে প্ৰথম ইনিংছ ...

    IND vs SA: মিডল অৰ্ডাৰত ব্যৰ্থতা ! দ্বিতীয় টেষ্টত ভাৰতৰ বেটিং বিপৰ্যয়, ২০২ ৰানতে সামৰিলে প্ৰথম ইনিংছ ...

    দ্বিতীয় টেষ্টত টীম ইণ্ডিয়াই (Team India) ভাল আৰম্ভণি কৰা নাই। সোমবাৰে দ্বিতীয় টেষ্টৰ প্ৰথম দিনা (India vs South Africa) দলটোৱে প্ৰথম ইনিংছত মাত্ৰ ২০২ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। দিনটোৰ খেলৰ শেষত দক্ষিণ আফ্ৰিকাই তেওঁলোকৰ প্ৰথম ইনিংছত এটা উইকেটত ৩৫ ৰাণ কৰিছে।

    • Share this:
    দ্বিতীয় টেষ্টত টীম ইণ্ডিয়াই (Team India) ভাল আৰম্ভণি কৰা নাই। সোমবাৰে দ্বিতীয় টেষ্টৰ প্ৰথম দিনা (India vs South Africa) দলটোৱে প্ৰথম ইনিংছত মাত্ৰ ২০২ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। দিনটোৰ খেলৰ শেষত দক্ষিণ আফ্ৰিকাই তেওঁলোকৰ প্ৰথম ইনিংছত এটা উইকেটত ৩৫ ৰাণ কৰিছে। প্ৰথম দিনাই মুঠ ১১ টা উইকেট পৰিছিল। দক্ষিণ আফ্ৰিকা প্ৰথম ইনিংছৰ ভিত্তিত ভাৰতীয় দলৰ পৰা মাত্ৰ ১৬৭ ৰাণ পিছ পৰি আছে আৰু ৯ টা উইকেট বাকী আছে। তিনিখন খেলৰ শৃংখলাত ভাৰতীয় দলটো ১-০ত আগবাঢ়ি আছে। টীম ইণ্ডিয়াই কেতিয়াও দক্ষিণ আফ্ৰিকাত টেষ্ট শৃংখলা জিকিব পৰা নাই।

    বিৰাট কোহলীৰ অনুপস্থিতিত ভাৰতৰ হৈ টেষ্ট অধিনায়ক কে এল ৰাহুলে (KL Rahul) টছত জয়ী হৈ বেটিং কৰাৰ সিদ্ধান্ত লয়। ৰাহুল (৫০) আৰু ৰবিচন্দ্ৰন অশ্বিনে (৪৬) কিছু বৰঙণি আগবঢ়ায়। অপেনাৰ মায়াংক আগৰৱালাক (২৬) ছন্দত দেখা গৈছিল কিন্তু এটা ভাল আৰম্ভণিক এটা ডাঙৰ ইনিংছলৈ ৰূপান্তৰ কৰাত ব্যৰ্থ হৈছিল।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

    ভাৰতে আকৌ এবাৰ মিডল অৰ্ডাৰৰ বিফলতাৰ ফল ভুগিছে। চেতেশ্বৰ পূজাৰা (৩) আৰু আজিংক্য ৰাহানে (০)ৰ বিফলতা অব্যাহত আছে।
    Published by:Kokil Sarma
    First published: