
Ind Vs Nz: নিউজিলেণ্ডৰ বিৰুদ্ধে t20 শৃংখলা দখল কৰিছে ভাৰতে। ভাৰতীয় দলটোৱে দ্বিতীয়খন খেলত নিউজিলেণ্ডক ৭ উইকেটত পৰাস্ত কৰে। প্ৰথমখন খেলতো ভাৰতে নিউজিলেণ্ডক অন্তিম অভাৰত পৰাস্ত কৰিছিল।
Ind Vs Nz: নিউজিলেণ্ডৰ বিৰুদ্ধে t20 শৃংখলা দখল কৰিছে ভাৰতে। ভাৰতীয় দলটোৱে দ্বিতীয়খন খেলত নিউজিলেণ্ডক ৭ উইকেটত পৰাস্ত কৰে। প্ৰথমখন খেলতো ভাৰতে নিউজিলেণ্ডক অন্তিম অভাৰত পৰাস্ত কৰিছিল।
Ind Vs Nz: নিউজিলেণ্ডৰ বিৰুদ্ধে
t20 শৃংখলা দখল কৰিছে ভাৰতে। ভাৰতীয় দলটোৱে দ্বিতীয়খন খেলত নিউজিলেণ্ডক ৭ উইকেটত পৰাস্ত কৰে। প্ৰথমখন খেলতো ভাৰতে নিউজিলেণ্ডক অন্তিম অভাৰত পৰাস্ত কৰিছিল।
দ্বিতীয়খন খেলত নিউজিলেণ্ডে প্ৰথমে বেট ধৰি ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত ১৫৩ ৰান সংগ্ৰহ কৰে। পেচ বলাৰ হৰ্ষল পেটেলে ২ টা উইকেট দখল কৰে। প্ৰত্য়ুত্তৰত ভাৰতে ৰোহিত শৰ্মাৰ ৫৫ আৰু কে এল ৰাহুলৰ ৬৫ ৰানৰ সহায়ত ১৭.২ অভাৰত বিজয়লক্ষ্যত উপনীত হয়। নিউজিলেণ্ডৰ টিম ছাউথিয়ে ভাৰতৰ ৩টা উইকেট দখল কৰে। এই জয়েৰে ভাৰতে ৩খনীয়া শৃংখলাটো দখল কৰিবলৈ সক্ষম হয়।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|