உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Ind Vs Nz: ৰোহিত-ৰাহুলৰ বেটিং বিক্ৰমেৰে ভাৰতৰ দ্বিতীয় T-20তো জয়লাভ ! ক্ৰমাগত বিজয়েৰে শৃংখলা দখল কৰিলে ভাৰতে...

    Ind Vs Nz: ৰোহিত-ৰাহুলৰ বেটিং বিক্ৰমেৰে ভাৰতৰ দ্বিতীয় T-20তো জয়লাভ ! ক্ৰমাগত বিজয়েৰে শৃংখলা দখল কৰিলে ভাৰতে...

    Ind Vs Nz:  নিউজিলেণ্ডৰ বিৰুদ্ধে t20 শৃংখলা দখল কৰিছে ভাৰতে। ভাৰতীয় দলটোৱে দ্বিতীয়খন খেলত নিউজিলেণ্ডক ৭ উইকেটত পৰাস্ত কৰে। প্ৰথমখন খেলতো ভাৰতে নিউজিলেণ্ডক অন্তিম অভাৰত পৰাস্ত কৰিছিল। 

    • Share this:

    দ্বিতীয়খন খেলত নিউজিলেণ্ডে প্ৰথমে বেট ধৰি ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত ১৫৩ ৰান সংগ্ৰহ কৰে। পেচ বলাৰ হৰ্ষল পেটেলে ২ টা উইকেট দখল কৰে। প্ৰত্য়ুত্তৰত ভাৰতে ৰোহিত শৰ্মাৰ ৫৫ আৰু কে এল ৰাহুলৰ ৬৫ ৰানৰ সহায়ত ১৭.২ অভাৰত বিজয়লক্ষ্যত উপনীত হয়। নিউজিলেণ্ডৰ টিম ছাউথিয়ে ভাৰতৰ ৩টা উইকেট দখল কৰে। এই জয়েৰে ভাৰতে ৩খনীয়া শৃংখলাটো দখল কৰিবলৈ সক্ষম হয়।
    Published by:Kokil Sarma
    First published: