• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • IND vs ENG: ইংলেণ্ডলৈ যাব পৃথ্বী শ্ব' আৰু সূৰ্যকুমাৰ যাদৱ ! BCCI এ দুয়োগৰাকী খেলুৱৈক স্থান দিলে ভাৰতীয় দলত...

IND vs ENG: ইংলেণ্ডলৈ যাব পৃথ্বী শ্ব' আৰু সূৰ্যকুমাৰ যাদৱ ! BCCI এ দুয়োগৰাকী খেলুৱৈক স্থান দিলে ভাৰতীয় দলত...

পৃথ্বী শ্ব'(Prithvi Shaw) আৰু মিডল অৰ্ডাৰ বেটছমেন সূৰ্যকুমাৰ যাদৱ (Suryakumar Yadav) ইংলেণ্ডলৈ যাব। BCCIয়ে সোমবাৰে এই কথা ঘোষণা কৰে ৷

  • Share this:
পৃথ্বী শ্ব'(Prithvi Shaw) আৰু মিডল অৰ্ডাৰ বেটছমেন সূৰ্যকুমাৰ যাদৱ (Suryakumar Yadav) ইংলেণ্ডলৈ যাব। BCCIয়ে সোমবাৰে এই কথা ঘোষণা কৰে ৷ ইংলেণ্ডত তিনিজন খেলুৱৈ আহত হোৱাৰ পিছত দুয়োজন খেলুৱৈক সলনি হিচাপে ইংলেণ্ডলৈ প্ৰেৰণ কৰা হৈছে ৷ শুভমান গিল, আবেশ খান আৰু ৱাশ্বিংটন সুন্দৰ ইংলেণ্ড ভ্ৰমণত আঘাতপ্ৰাপ্ত হৈছিল আৰু তিনিওজন এতিয়া ইংলেণ্ড টেষ্ট শৃংখলাৰ পৰা বাহিৰ হৈছে। পাঁচখন খেলৰ শৃংখলা ৪ আগষ্টৰ পৰা আৰম্ভ হ'ব।

বিচিচিআইৰ সচিব জয় শ্বাহে জাৰি কৰা এক বিজ্ঞপ্তিত জনোৱা হৈছে যে অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰৰ সোঁ হাতৰ আঙুলিত সমস্যা আছে আৰু তেওঁক বেজী দিয়া হৈছে। কিন্তু তেওঁক শৃংখলাৰ বাহিৰ হৈছে। অনুশীলন খেলৰ সময়ত পেচাৰ আবেশ খানৰো বাওঁ বুঢ়া আঙুলিৰ আঘাত হৈছিল। ইয়াৰ পূৰ্বে, অপেনাৰ শুভমান গিলকো ভ্ৰমণৰ পৰা বাহিৰ কৰা হৈছে।
Published by:Kokil Sarma
First published: