‘ঘৰলৈ যাবলৈ নাই ধন, পোৱা নাই গাড়ী’-মুম্বাইৰ তিনিশতাধিক প্ৰব্ৰজিত শ্ৰমিকৰ বাবে বাছৰ যোগান অভিনেতা চনু সোদৰ

News18 Assam | News18-Assam
Updated:May 13, 2020, 7:59 PM IST
‘ঘৰলৈ যাবলৈ নাই ধন, পোৱা নাই গাড়ী’-মুম্বাইৰ তিনিশতাধিক প্ৰব্ৰজিত শ্ৰমিকৰ বাবে বাছৰ যোগান অভিনেতা চনু সোদৰ
প্ৰব্ৰজিত শ্ৰমিকৰ বাবে ১০ খন বাছ যোগান ধৰিলে অভিনেতা চনুৱে

প্ৰব্ৰজিত শ্ৰমিকৰ বাবে ১০ খন বাছ যোগান ধৰিলে অভিনেতা চনুৱে

  • Share this:
বলীউদৰ জনপ্ৰিয় অভিনেতা চনু সোদৰ মহানুভৱতা। মুম্বাইত আবদ্ধ হৈ থকা তিনিশতাধিক প্ৰব্ৰজিত শ্ৰমিকৰ বাবে ১০ খন বাছ যোগান ধৰিলে অভিনেতা চনুৱে।  মহাৰাষ্ট্ৰ আৰু কৰ্ণাটক চৰকাৰৰ পৰা নিজা প্ৰচেষ্টাত এই ক্ষেত্ৰত আনুমতি লাভ কৰে অভিনেতাজনে।

এই সন্দৰ্ভত অভিনেতাজনে কয় যে,‘মই বিশ্বাস কৰো যে, যেতিয়া কোনো বিপদ আহে তেতিয়া পৰিয়ালৰ সকলোৱে একেলগে থাকিব বিচাৰে। মই মহাৰাষ্ট্ৰ আৰু কৰ্ণাটক চৰকাৰৰ পৰা অনুমতি লৈ এই লোকসকলক ঘৰলৈ যাবলৈ ১০ খন বাছ যোগাৰ কৰি দিও।’
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading