Network 18 গ্ৰুপে আনুষ্ঠানিক ভাবে আৰম্ভ কৰিলে মিছন পানী অভিযান
Network 18 গ্ৰুপে আনুষ্ঠানিক ভাবে আৰম্ভ কৰিলে মিছন পানী অভিযান। অমিতাভ বচ্চনে উদ্বোধন কৰা নেটৱৰ্ক18 ৰ প্ৰচেষ্টাক এতিয়া সকলোৱে একেমুখে কৰিছে প্ৰশংসা। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰীয়েও এই প্ৰচেষ্টাক জনাইছে আদৰণী। কিন্তু আমি কিয় কৰিব লাগে জল সংৰক্ষণ?
পৰিবেশৰ ভাৰসাম্যতা ৰক্ষা কৰাৰ হেতু আমি পানী সংৰক্ষণ কৰাতো প্ৰযোজন। সেইদৰে ই পানীৰ নাটনী দূৰ কৰাতো কৰিব বিশেষ ধৰণে সহায়। বিশুদ্ধ খোৱা পানীৰ অভাৱত বিভিন্ন ধৰণৰ ৰোগ হয়, গতিকে পানী সংৰক্ষণ কৰি বিশুদ্ধ ৰূপত সেৱন কৰাতো অত্যন্ত প্ৰয়োজনীয়। সেইদৰে গছ–গছনী, আন্যান্য জীৱ জন্তুৰ বাবেও অতি আৱশ্যক পানী। গতিকে আহক সকলোৱে পানী সংৰক্ষণ কৰি উত্তৰ প্ৰজন্মৰ বাবে এখন সুন্দৰ পৃথিৱী নিৰ্মাণ কৰো!
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|