• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • ৰোমাঞ্চ, ভালপোৱাৰ পৰা সুখৰ সংসাৰলৈকে...শৰীৰৰ এইসমূহ ঠাইত তিল থাকিলে প্ৰভাৱ পৰিব আপোনাৰ বিবাহিত জীৱনত!

ৰোমাঞ্চ, ভালপোৱাৰ পৰা সুখৰ সংসাৰলৈকে...শৰীৰৰ এইসমূহ ঠাইত তিল থাকিলে প্ৰভাৱ পৰিব আপোনাৰ বিবাহিত জীৱনত!

আৰ্থিক স্বচ্ছলতা আৰু বিলাসী জীৱন কটাবলৈ মানুহে অক্লান্ত পৰিশ্ৰম কৰে। মানুহৰ ভৱিষ্যত কিমান সুন্দৰ হ’ব, সেয়া নিৰ্ভৰ কৰে তেওঁলোকৰ কৰ্মৰ ওপৰত।

আৰ্থিক স্বচ্ছলতা আৰু বিলাসী জীৱন কটাবলৈ মানুহে অক্লান্ত পৰিশ্ৰম কৰে। মানুহৰ ভৱিষ্যত কিমান সুন্দৰ হ’ব, সেয়া নিৰ্ভৰ কৰে তেওঁলোকৰ কৰ্মৰ ওপৰত।

আৰ্থিক স্বচ্ছলতা আৰু বিলাসী জীৱন কটাবলৈ মানুহে অক্লান্ত পৰিশ্ৰম কৰে। মানুহৰ ভৱিষ্যত কিমান সুন্দৰ হ’ব, সেয়া নিৰ্ভৰ কৰে তেওঁলোকৰ কৰ্মৰ ওপৰত।

  • Share this:
আৰ্থিক স্বচ্ছলতা আৰু বিলাসী জীৱন কটাবলৈ মানুহে অক্লান্ত পৰিশ্ৰম কৰে। মানুহৰ ভৱিষ্যত কিমান সুন্দৰ হ’ব, সেয়া নিৰ্ভৰ কৰে তেওঁলোকৰ কৰ্মৰ ওপৰত। তাৰ মাজতো একাংশই বিশ্বাস কৰে ভাগ্যক। বহুতে ক’ব খোজে যে, ভাগ্য আগতীয়াকৈয়ে নিৰ্ধাৰণ কৰা থাকে। ভাগ্য সলনি কৰিবলৈ কঠোৰ পৰিশ্ৰমৰ বিকল্প নাই। বিয়াৰ পিছতে বহুতৰ জীৱনলৈ আহে পৰিৱৰ্তন।

Samudrika Shastraৰ মতে, ভাগ্য বা ভৱিষ্যত গঢ়ি তোলাৰ বাবে কিছুমান লক্ষণ জন্মগত ভাবেই থাকে। যাৰ এটা মাধ্যম হ’ল তিল। শৰীৰৰ বিভিন্ন অংশত থকা তিলৰ অৱস্থানে মানুহৰ বৈবাহিক জীৱনৰ শুভ-অশুভ ইংগিত দিয়ে বুলি বিশ্বাস কৰে একাংশ লোকে-

  • নাকৰ ওচৰত তিল থাকিলেঃ বিয়াৰ পিছত বিলাসবহুল জীৱন। সকলো সপোন সফল হব।

  • নাকৰ ওপৰত তিল থাকিলেঃ যৌনজীৱনৰ সমস্যাৰ ওপৰত দাম্পত্য জীৱনত প্ৰভাৱ পৰিব।

  • সোঁ-গালতঃ বিয়াৰ পিছত ভাগ্য পৰিৱৰ্তন একেবাৰে নিশ্চিত।

  • হাতৰ তলুৱাৰ মাজতঃ ইয়ো দাম্পত্য জীৱনৰ সুখ-সমৃদ্ধি নিৰূপণ কৰে বুলি দাবী কৰে সামুদ্ৰিক শাস্ত্ৰই।

  • ভৰিৰ তলুৱাতঃ বিয়াৰ পিছত দেশ-বিদেশ ভ্ৰমণৰ সুযোগ।

  • বুকুতঃ বুকুৰ সোঁফালে তিল থাকিলে বিয়াৰ পূৰ্বে কিছু মতানৈক্য হ'ব পাৰে। কিন্তু পিছত সকলো সনাধান হ'ব।

  • কঁকালতঃ আপোনাৰ পত্নী বা স্বামী অত্যন্ত ৰূপৱতী বা ৰূপৱান হ'ব।

  • কাণৰ পিছফালেঃ ভীষণ পাৰিৰাবিক হ'ব লগৰী।

Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি