• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Petrol Diesel Prices Today : আপোনাৰ চহৰত আজি পেট্ৰ’ল–ডিজেলৰ দাম কিমান? আজি বাঢ়িল নে কমিল?

Petrol Diesel Prices Today : আপোনাৰ চহৰত আজি পেট্ৰ’ল–ডিজেলৰ দাম কিমান? আজি বাঢ়িল নে কমিল?

অপৰিশোধিত তেলৰ দাম বৃদ্ধি হৈ থকা বাবে পেট্ৰ’ল আৰু ডিজেলৰ দামো বৃদ্ধিৰ আশংকা কৰা হৈছে। কিন্তু বুধবাৰে ইন্ধনৰ দামৰ কোনো সালসলনি ঘটোৱা নাই।

  • Share this:

বুধবাৰৰ বাবে পেট্ৰ’ল–ডিজেলৰ দাম জাৰি কৰিছে চৰকাৰী তেল কোম্পানীসমূহে। আজিও ইন্ধনৰ দামৰ কোনো সালসলনি ঘটোৱা নাই। আনহাতে, ইয়াৰ মাজতে অপৰিশোধিত তেলৰ দাম প্ৰতি বেৰেলত ১২০ ডলাৰ পাৰ হৈ গৈছে। বিশেষজ্ঞসকলে জনাইছে, অপৰিশোধিত তেলৰ দাম প্ৰতি বেৰেলত ১২০ ডলাৰৰ তললৈ নাহিলে দাম আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

অপৰিশোধিত তেলৰ দাম বৃদ্ধি হৈ থকা বাবে পেট্ৰ’ল আৰু ডিজেলৰ দামো বৃদ্ধিৰ আশংকা কৰা হৈছে। কিন্তু বুধবাৰে ইন্ধনৰ দামৰ কোনো সালসলনি ঘটোৱা নাই। আজি দিল্লীত পেট্ৰ’লৰ দাম ৯৬.৭২ টকা প্ৰতিলিটাৰ, মুম্বাইত ১০৯.২৭ টকাত বিক্ৰী হৈছে। বজাৰ বিশেষজ্ঞসকলৰ মতে, বিশ্ব বজাৰত বৰ্ধিত অপৰিশোধিত তেলৰ দাম আৰু দেশৰ বজাৰত মুদ্ৰাস্ফীতিৰ ফলত পেট্ৰ’ল আৰু ডিজেলৰ দামক লৈ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে চৰকাৰ।

দেশৰ কেইখনমান মহানগৰত আজি পেট্ৰ’ল–ডিজেলৰ দাম

দিল্লী – পেট্ৰ’ল ৯৬.৭২ টকা, ডিজেল ৮৯.৬২ টকা প্ৰতিলিটাৰ

মুম্বাই – পেট্ৰ’ল ১০৯.২৭ টকা, ডিজেল ৯৫.৮৪ টকা প্ৰতিলিটাৰ

চেন্নাই – পেট্ৰ’ল ১০২.৬৩ টকা, ডিজেল ৯৪.২৪ টকা প্ৰতিলিটাৰ

কলকাতা – পেট্ৰ’ল ১০৬.০৩ টকা, ডিজেল ৯২.৭৬ টকা প্ৰতিলিটাৰ

গুৱাহাটী – পেট্ৰ’ল ৯৬.০১ টকা, ডিজেল ৮৩.৯৪ টকা প্ৰতিলিটাৰ।

Published by:Sanjay Kumar Das
First published: