உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Mustard Oil Price: ভাল খবৰ ! ৰিফাইন আৰু সৰিয়হৰ তেল এতিয়া সস্তা হ'ব, কেন্দ্ৰীয় চৰকাৰে শুল্ক ১০% হ্ৰাস কৰিছে...

    Mustard Oil Price: ভাল খবৰ ! ৰিফাইন আৰু সৰিয়হৰ তেল এতিয়া সস্তা হ'ব, কেন্দ্ৰীয় চৰকাৰে শুল্ক ১০% হ্ৰাস কৰিছে...

    আজি কেন্দ্ৰীয় চৰকাৰে (Central Government) তেল সস্তা কৰাৰ সেউজ সংকেত দিছে। আজি, চৰকাৰে খাৰুৱা পামোলিন তেলৰ আমদানি শুল্ক (Import Duty) ১০ শতাংশ হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে।

    • Share this:
    কেৱল সৰিয়হ আৰু ৰিফাইন তেলে (Refined oil) নহয়, পেট্ৰ'ল আৰু ডিজেলেও সাধাৰণ মানুহৰ বাজেট নষ্ট কৰিছে। যোৱা এবছৰ ধৰি সৰিয়হ আৰু ৰিফাইন তেলৰ মূল্য নিৰন্তৰভাৱে বাঢ়ি আহিছে, যোৱা ৬ মাহ ধৰি দামত জুই লাগিছে।

    ভাল ব্ৰেণ্ডৰ সৰিয়হ (Mustard) আৰু ৰিফাইন তেলৰ মূল্য প্ৰতি লিটাৰত ২০০ টকা স্পৰ্শ কৰিছে। সাধাৰণ ব্ৰেণ্ডবোৰো ১৭০ টকা আৰু ১৮০ টকাতকৈ কম নহয়। এইটো সকাহৰ বিষয় যে আজি কেন্দ্ৰীয় চৰকাৰে (Central Government) তেল সস্তা কৰাৰ সেউজ সংকেত দিছে। আজি, চৰকাৰে খাৰুৱা পামোলিন তেলৰ আমদানি শুল্ক (Import Duty) ১০ শতাংশ হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে।
    Published by:Kokil Sarma
    First published: