হৃদৰোগত আক্ৰান্ত হৈ মাত্ৰ ৩৮ বছৰ বয়সতে মৃত্যুক সাৱটিলে এইগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে

News18 Assam | News18-Assam
Updated:March 13, 2020, 4:18 PM IST
হৃদৰোগত আক্ৰান্ত হৈ মাত্ৰ ৩৮ বছৰ বয়সতে মৃত্যুক সাৱটিলে এইগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে
তিনি দিন ধৰি চিকৎসাধীন হৈ আছিল অভিনেত্ৰীগৰাকী

তিনি দিন ধৰি চিকৎসাধীন হৈ আছিল অভিনেত্ৰীগৰাকী

  • Share this:
কোনে জানে কাৰ মৃত্যু কেতিয়া! মাত্ৰ ৩৮ বছৰ বয়সতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে এগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে।

উত্তৰাখণ্ডৰ জনপ্ৰিয় অভিনেত্ৰী ৰীণা ৰাৱটৰ মৃত্যু। বৃহস্পতিবাৰে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয় ৩৮ বছৰীয়া অভিনেত্ৰীগৰাকী। ৰীণাৰ মৃত্যুত এতিয়া শোকৰ ছাঁ পৰিছে উত্তৰাখণ্ডৰ চলচিত্ৰ জগতত। জানিব পৰা মতে, তিনিদিন ধৰি অসুস্থ হৈ আছিল অভিনেত্ৰীগৰাকী।
আৰু চাওক
পৰৱৰ্তী বাতৰি