জিনিয়াছ বুলিলে প্ৰথম কথা মনলৈ কি আহে? অধিক বুদ্ধি থকা ব্যক্তি? যি সাধাৰণ বস্তুবোৰ এক অন্যান্য দৃ্ষ্টিভংগীৰে চাই বিশেষ প্ৰাপ্তিৰ বাবে প্ৰয়োগ কৰিব পাৰে? যি নিজে বিশ্বাস কৰা লক্ষ্য প্ৰাপ্ত কৰিবৰ বাবে প্ৰচণ্ড আবেগ আৰু অপ্ৰতিৰোধ্য দৃঢ়তাৰে কাম কৰিব পাৰে?
বা যিজনৰ সকলো আছে আৰু লগতে, আমাৰ পৃথিৱীখন সলনি কৰাৰ সম্ভাৱনাও আছে?
এজন জিনিয়াছ হৈছে এনে এগৰাকী ব্যক্তি যি উপৰোক্ত সকলো গুণৰ অধিকাৰী আৰু যি সোঁতৰ বিপৰীতে চিন্তা কৰিব পাৰে, লগতে নতুন, অধিক উন্নত কিবা সৃষ্টি কৰাৰ ক্ষমতা ৰাখে। তেওঁলোকৰ চিন্তাধাৰাবোৰ পৃথক, তেওঁলোকৰ IQ এক পৃথক স্তৰত থাকিব পাৰে, আৰু তেওঁলোকে জীৱনক চোৱাৰ দৃষ্টিভঙ্গীও সম্পূৰ্ণ বেলেগ।
যেতিয়া তেনে জিনিয়াছবোৰে কামত ধৰে, বিশ্বখন আগবাঢ়ি যায়। গতিকে আমি ইয়াক আৰু এটা পদক্ষেপ আগুৱাই নিনিওঁ কিয়?
কল্পনা কৰকচোন, এতিয়ালৈকে পৃথিৱীখন কিমান আগুৱাই গ'লহেহেতেন, যদি আমাৰ এনে যুৱ প্ৰতিভাবোৰ শিশু অৱস্থাৰ পৰাই বিচাৰি পাব পৰা গ’ল হয়, তেওঁলোকক সাজু কৰিব পৰা গ’ল হয়, আৰু কম বয়সতে তেওঁলোকৰ প্ৰতিভাৰ বিকশিত কৰি তাক ত্বৰান্বিত কৰিব পৰা গ’ল হয়?
সেইটোৱেই হৈছে BYJU-ৰ ইয়ং জিনিয়াছ– News18ৰ এক উদ্যোগ, যাৰ লক্ষ্য হৈছে প্ৰাপ্ত কৰা। ইয়াত কি কি আছে চাওঁ আহক:
এই সহযোগিতাৰে, বিশ্বৰ সৰ্ববৃহৎ এডটেক কোম্পানীৰ ভিতৰত অন্যতম BYJUS-এ সমগ্ৰ দেশৰ যুৱ প্ৰতিভাক এক ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ মঞ্চ প্ৰদান কৰাৰ লক্ষ্য লৈছে যাতে তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰিব পাৰি।
যদি আপুনি এনে কোনো শিশুক জানে, বা এনে শিশু আপোনাৰ আছে, যি বিৰল প্ৰতিভাৰ লক্ষণ দেখুৱাইছে, বা যিকোনো ক্ষেত্ৰত বয়সৰ বাকী গোটৰ ওপৰত আছে, লাগিলে সেয়া কলা, ক্ৰীড়া, শিক্ষা বা অধিক, আপুনি এই উদ্যোগত জড়িত হোৱা উচিত। ই যিকোনো ক্ষেত্ৰ বা স্থানত হ'ব পাৰে; আমি মাথোন এনে ল'ৰা-ছোৱালীৰ প্ৰয়োজন যিবোৰ ব্যতিক্ৰমী আৰু তেওঁলোকৰ লক্ষ্যপ্ৰাপ্তিৰ বাবে আছে এক দূৰন্ত আবেগ।
'ইয়ং জিনিয়াছ' নামৰ উদ্যোগটো হৈছে News18 নেটৱৰ্কৰ প্ৰথম ব্ৰেইনচাইল্ড, য’ত ব্যতিক্ৰমী বা উচ্চ প্ৰদৰ্শন কৰা জিনিয়াছ শিশুৰ কাহিনী প্ৰচাৰ কৰা হ’ব। এবাৰ সকলো প্ৰবিষ্টি অন্তৰ্ভুক্ত হোৱাৰ পিছত আৰু বাছনি প্ৰক্ৰিয়াটো শেষ হোৱাৰ পিছত, নিৰ্বাচিতসকল সাপ্তাহিক অন-এয়াৰ শ্ব'ৰ অংশ হ'ব। শিক্ষা, প্ৰদৰ্শন কলা, প্ৰযুক্তি, ক্ৰীড়া, ব্যৱসায় আদি বিভিন্ন ক্ষেত্ৰৰ পৰা সংবাদ নেটৱৰ্কৰ সম্পাদনাকাৰী দলে বাছনি কৰা, এই শ্ব'টোৱে ভৱিষ্যতৰ প্ৰতিভাশালী হ'ব পৰা প্ৰগতিশীল শিশুৰ ভৱিষ্যত উজ্জ্বল কৰাৰ ওপৰত গুৰুত্ব দিব।
যদি এই উদ্যোগৰ দ্বাৰা আপুনি আগ্ৰহান্বিত হয়, বা ই আপোনাৰ সন্তানৰ কথা মনত পেলাই দিয়ে, তেন্তে আপোনাৰ সন্তানৰ প্ৰতিভাৰ কাহিনী ইয়ালৈ গৈ আমাক জনাওক-
https://www.news18.com/younggenius/ অথবা BYJU-ৰ এপটো ডাউনলোড কৰি ‘ইয়ং জিনিয়াছ’ অধ্যায়লৈ যাওক।
আপোনাৰ সন্তানৰ জিনিয়াছখিনি উজলিবলৈ দিয়ক!
#BYJUSYoungGenius
এইটো এক পাৰ্টনাৰড পোষ্ট।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|