চৰকাৰী কৰ্মচাৰীলৈ বিশেষ উপহাৰ!

ঘৰ ক্ৰয় কৰাৰ ক্ষেত্ৰত চৰকাৰে কৰ্মচাৰীক দিছে বিশেষ ৰেহাই।

News18-Assam
Updated:September 17, 2019, 11:38 AM IST
চৰকাৰী কৰ্মচাৰীলৈ বিশেষ উপহাৰ!
ঘৰ ক্ৰয় কৰাৰ ক্ষেত্ৰত চৰকাৰে কৰ্মচাৰীক দিছে বিশেষ ৰেহাই।
News18-Assam
Updated: September 17, 2019, 11:38 AM IST
দেশৰ হাউচিং চেক্টৰক অধিক শক্তিশালী  কৰাৰ উদ্দেশ্যে শনিবাৰে বিত্ত মন্ত্ৰীয়ে কৰিছে বিশেষ ঘোষণা। বিত্ত মন্ত্ৰীয়ে আজি হাউচ বিল্ডিং এডভাঞ্চত সুতৰ হাৰ কম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। লগতে এই ব্যৱস্তাক  ১০ বছৰ পৰ্যন্ত চৰকাৰী বাৰ্ষিক চিকিউৰিটী বণ্ডৰে লিংক কৰা হ’ব বুলি জানিবলৈ দিয়ে।

বিত্ত মন্ত্ৰীৰ এই ঘোষণাৰ পিছত এতিয়া যিসকল চৰকাৰী কৰ্মচাৰীয়ে ঘৰ বনাই আছিল, তেওঁলোকৰ বাবে বিল্ডিং এডভাঞ্চ সস্তা হৈ পৰিল। চৰকাৰৰ ধৰণা যে, এই নতুন ব্যৱস্থাই দেশৰ হাউচিং চেক্টৰক অধিক শক্তিশালী কৰিব।

আৰু চাওক পৰৱৰ্তী বাতৰি