বৃদ্ধি পালে বাছ, অ’টৰ ভাড়া, বৃদ্ধি পালে দূৰণিবটীয়া বাছৰ ভাড়াও

News18-Assam
Updated:November 23, 2019, 11:24 AM IST
বৃদ্ধি পালে বাছ, অ’টৰ ভাড়া, বৃদ্ধি পালে দূৰণিবটীয়া বাছৰ ভাড়াও
আকৌ এবাৰ সৰ্বসাধাৰণ ৰাইজক ৰামটাঙোন

আকৌ এবাৰ সৰ্বসাধাৰণ ৰাইজক ৰামটাঙোন

  • News18 Assam
  • Last Updated: November 23, 2019, 11:24 AM IST
  • Share this:
আকৌ এবাৰ সৰ্বসাধাৰণ ৰাইজক ৰামটাঙোন। বৃদ্ধি পালে বাছ আৰু  অট’ৰ ভাড়া। প্ৰতি কিলো মিটাৰত বাছৰ ভাড়া হ’ব ৮ টকা। চিটি বাছত উঠিলেই দিব লাগিব ৮ টকাকৈ ভাড়া। লগতে  বৃদ্ধি পালে দূৰণিবটীয়া বাছৰ ভাড়াও। ইয়াৰ উপৰিও  ল’ ফ্ল’ৰ চিটীবাছৰ বাছৰ নূন্যতম ভাড়া ১১ টকা। সকলো ধৰণৰ ৰাজহুৱা  পৰিবহণৰ ভাড়া ২৫ শতাংশ বৃদ্ধি কৰিছে ৰাজ্য চৰকাৰে। ভাড়া বৃদ্ধিৰ বাবে অক্টোবৰত ৰাজ্যিক কেবিনেটে জনাইছিল অনুমোদন।
আৰু চাওক পৰৱৰ্তী বাতৰি