দীপাৱলী উপলক্ষে BSNL ৰ বাম্পাৰ অফাৰ, সমগ্ৰ দেশতে বিনামূলীয়া কৰিলে আনলিমিটেড ক’লৰ সেৱা!

BSNL এ নিজৰ গ্ৰাহকক দিছে দীপাৱলীৰ উপহাৰ

News18-Assam
Updated:October 27, 2019, 4:40 PM IST
দীপাৱলী উপলক্ষে BSNL ৰ বাম্পাৰ অফাৰ, সমগ্ৰ দেশতে বিনামূলীয়া কৰিলে আনলিমিটেড ক’লৰ সেৱা!
BSNL এ নিজৰ গ্ৰাহকক দিছে দীপাৱলীৰ উপহাৰ
News18-Assam
Updated: October 27, 2019, 4:40 PM IST
BSNL এ নিজৰ গ্ৰাহকক দিছে দীপাৱলী উপলক্ষে বাম্পাৰ অফাৰ। প্ৰতিষ্ঠানটোৱে গ্ৰহকলৈ আগবঢ়াইছে বিনামূলীয়া আন লিমিটেড ক’লৰ অফাৰ। কিন্তু এই অফাৰ কেৱল দীপাৱলীৰ উপলক্ষেহে। ২৭ আৰু ২৮ অক্টোবৰত বিএচএনএলৰ গ্ৰাহকসকলে লাভ কৰিব এই বিনামূলীয়া ফন কলৰ সুবিধা। টুইটাৰৰ যোগে এই কথা জনাইছে প্ৰতিষ্ঠানটোৱে।



আৰু চাওক পৰৱৰ্তী বাতৰি