Bride and Groom Kiss Like Crazy On wedding Mandap: কি কাণ্ড! ভিডিওত দেখা গৈছে, বিয়াৰ মণ্ডপতে কইনা আৰু দৰাই কৰিলে চুম্বন।
Bride and Groom Kiss Like Crazy On wedding Mandap: কি কাণ্ড! ভিডিওত দেখা গৈছে, বিয়াৰ মণ্ডপতে কইনা আৰু দৰাই কৰিলে চুম্বন।
খ্ৰীষ্টান ধৰ্মাৱলম্বীসকলৰ বিয়াৰ পিছত দৰা-কইনাই চুম্বন কৰাৰ ৰীতি দীৰ্ঘদিন ধৰি প্ৰচলিত। কিন্তু হিন্দু বা অন্যান্য ধৰ্মাৱলম্বীৰ ক্ষেত্ৰত এনে দৃশ্য দেখা নাযায়। এইবাৰ তেনে এক ঘটনাৰ দৃশ্যই ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
ভিডিওত দেখা গৈছে যে, বিয়াৰ সাত পাক ঘূৰাৰ পিছতে কইনাৰ ওঠত ওঠ গুজি দিয়ে দৰাই। লগে লগে আচৰিত হৈ পৰে উপস্থিত সকলো লোক।
সকলোকে অবাক কৰি ৰাজহুৱা স্থানতে চুম্বন কৰে নৱ দম্পত্তিয়ে। সেই চুম্বন ইমানেই গভীৰ যে, বহুতে বাধা দিছিল যদিও কাৰো কথালৈ গুৰুত্ব দিয়া নাছিল নৱ দম্পত্তিটোৱে। আৰু বিয়াঘৰৰ কেমেৰাত আবদ্ধ হৈ পৰিছিল সম্পূৰ্ণ দৃশ্যটো।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|