মোহময়ী নুছৰাত জাহানৰ ৰাজকীয় বিবাহ অভ্যৰ্থনা অনুষ্ঠান! উপস্থিত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা বেংগলী ছবিজগতৰ মোহময়ী অভিনেত্ৰী তথা সাংসদ নুছৰাত জাহানৰ বিবাহ অভ্যৰ্থনা অনুষ্ঠানত দেখা গ’ল বহু হাই প্ৰফাইল তাৰকাক

News18-Assam
Updated:July 4, 2019, 10:38 PM IST
মোহময়ী নুছৰাত জাহানৰ ৰাজকীয় বিবাহ অভ্যৰ্থনা অনুষ্ঠান! উপস্থিত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী
বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা বেংগলী ছবিজগতৰ মোহময়ী অভিনেত্ৰী তথা সাংসদ নুছৰাত জাহানৰ বিবাহ অভ্যৰ্থনা অনুষ্ঠানত দেখা গ’ল বহু হাই প্ৰফাইল তাৰকাক
News18-Assam
Updated: July 4, 2019, 10:38 PM IST
TMCৰ সুন্দৰী সাংসদ নুছৰত জাহান বিগত কেইবাদিনো ধৰি চৰ্চাত আছে। শেহতীয়াকৈ তুৰ্কীত বিবাহপাশত আবদ্ধ হোৱাৰ পিছত বৃহস্পতিবাৰে অনুষ্ঠিত হয় মোহময়ী নুছৰাত জাহান আৰু নিখিল জৈনৰ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান।অভ্যৰ্থনা অনুষ্ঠানত টলীউদৰ ৰথী–মহাৰথীসকল উপস্থিত থকাৰ  লগতে ৰাজনৈতিক জগতৰ বহু নেতাও উপস্থিত থাকি নুছৰাতক বৈবাহিক জীৱনৰ শুভেচ্ছা দিয়ে।

অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত থাকে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। লগতে অভিনেত্ৰীৰ পৰা সাংসদ হোৱা অভিনেত্ৰী মিমি চক্ৰৱৰ্তীকো দেখা গ’ল অভ্যৰ্থনা অনুষ্ঠানত।

দেখা গ’ল বেংগলৰ মোহময়ী অভিনেত্ৰী তনুশ্ৰী চক্ৰৱৰ্তীক


আবিৰ চতুপধ্যায়ো আহিল নুছৰাত আৰু নিখিলৰ অভ্যৰ্থনা অনুষ্ঠানলৈ


অভিনেত্ৰী ৰাইমা সেনো আহিল অনুষ্ঠানলৈ


আৰু চাওক পৰৱৰ্তী বাতৰি