Indigo Airlines ৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ সোণাক্ষী সিনহাৰ, কিন্তু কিয়? শ্বেয়াৰ কৰিলে Video

Indigo Airlines ত ভ্ৰমণ কৰাৰ সময়ত যথেষ্ঠ অসুবিধাৰ সন্মুখীন হ’বলগীয়া হ’ল বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী সোণাক্ষী সিনহা

News18-Assam
Updated:November 4, 2019, 2:40 PM IST
Indigo Airlines ৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ সোণাক্ষী সিনহাৰ, কিন্তু কিয়? শ্বেয়াৰ কৰিলে Video
Indigo Airlines ত ভ্ৰমণ কৰাৰ সময়ত যথেষ্ঠ অসুবিধাৰ সন্মুখীন হ’বলগীয়া হ’ল বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী সোণাক্ষী সিনহা
News18-Assam
Updated: November 4, 2019, 2:40 PM IST
Indigo Airlines ত ভ্ৰমণ কৰাৰ সময়ত যথেষ্ঠ অসুবিধাৰ সন্মুখীন হ’বলগীয়া হ’ল বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী সোণাক্ষী সিনহা। বিমান খনতে নষ্ট হ’ল অভিনেত্ৰীগৰাকীৰ বেগ। ‘এটা বেগ ভালকৈ থব নোৱাৰা Indigo Airlines যাত্ৰীৰ প্ৰতি কিমান সচেতন’ এই প্ৰশ্ন উত্থাপন কৰিছে অভিনেত্ৰীগৰাকীয়ে। অভিনেত্ৰীগৰাকীয়ে এটা ভিডিঅ’ প্ৰস্তুত কৰি বিমান সেৱা প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।

সোণাক্ষী সিনহাই ভিডিঅ’টোত কয় যে, ‘ আজি মই Indigo ৰে যাত্ৰা আছিলো। যাত্ৰাৰ সময়ত মই লগত এটা বেগ লৈ গৈছিলো। কিন্তু বেগটো নিৰাপদে ৰখা নামত বিমান কৰ্মীয়ে সম্পূৰ্ণ ৰূপে নষ্ট কৰে। ’

আৰু চাওক পৰৱৰ্তী বাতৰি