জুইত জাঁপ দি ঐশ্বৰ্য ৰায় বচ্চনৰ মেনেজাৰৰ জীৱন ৰক্ষা কৰিলে শ্বাহৰুখ খানে,ছলমান খানে কৰিলে উচ্চ প্ৰশংসা

দীপাৱলীৰ দিনা অমিতাভ বচ্চনৰ ঘৰত আয়োজন কৰা পাৰ্টীত উপস্থিত আছিল বলীউদৰ বহু তাৰকা

News18-Assam
Updated:October 31, 2019, 1:05 PM IST
জুইত জাঁপ দি ঐশ্বৰ্য ৰায় বচ্চনৰ মেনেজাৰৰ জীৱন ৰক্ষা কৰিলে শ্বাহৰুখ খানে,ছলমান খানে কৰিলে উচ্চ প্ৰশংসা
Source-Google
News18-Assam
Updated: October 31, 2019, 1:05 PM IST
দীপাৱলীৰ দিনা বলীউদৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ বাসগৃহত আড়ম্বৰপূৰ্ণ ভাবে আয়োজন কৰা হৈছিল এটা গ্ৰেণ্ড পাৰ্টী। উপস্থিত আছিল বলীউদৰ বহু ৰথী মহাৰথী। দীপাৱলী উদযাপনৰ সময়তে অমিতাভ বচ্চনৰ ঘৰত উদ্ভৱ হয় এক ভয়ংকৰ পৰিস্থিতি। পাৰ্টীত ঐশ্বৰ্য ৰায় বচ্চনৰ মেনেজাৰ অৰ্চনা সদানন্দৰ কাপোৰত হৰ্ঠাৎ জুই লাগে। ক্ৰমাৎ জুই বিয়পি পৰে। লগে লগে অভিনেতা শ্বাহৰুখ খানে জুইত জাঁপ দি  সৌভাগ্য ক্ৰমে ৰক্ষা কৰে অৰ্চনা সদানন্দৰ জীৱন।

যেতিয়া ঘটনাটোৰ বিষয়ে অভিনেতা ছলমান খান অবগত হয়, তেতিয়া ছচিয়েল মিডিয়াত শ্বাহৰুখৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি শ্বাহৰুখ খানক উচ্চ প্ৰশংসা কৰে।




 





View this post on Instagram




 

@iamsrk


A post shared by Chulbul Pandey (@beingsalmankhan) on




আৰু চাওক পৰৱৰ্তী বাতৰি