‘অহ মাই গড, আই ফৰগেটেড’– হিমেশ ৰেশমীয়াৰ সৈতে গোৱা গীত পাহৰিলে ৰাণু মণ্ডলে,চাওক Video

News18 Assam | News18-Assam
Updated:November 30, 2019, 3:41 PM IST
‘অহ মাই গড, আই ফৰগেটেড’– হিমেশ ৰেশমীয়াৰ সৈতে গোৱা গীত পাহৰিলে ৰাণু মণ্ডলে,চাওক Video
বৰ্ষা দত্তৰ অনুষ্ঠানত ৰাণু মণ্ডলে পাহৰিলে কণ্ঠশিল্পী হিমেশ ৰেশমীয়াৰ সৈতে গোৱা গীত। ছচিয়েল মিডিয়াত ভিডিঅ’ ভাইৰেল

বৰ্ষা দত্তৰ অনুষ্ঠানত ৰাণু মণ্ডলে পাহৰিলে কণ্ঠশিল্পী হিমেশ ৰেশমীয়াৰ সৈতে গোৱা গীত। ছচিয়েল মিডিয়াত ভিডিঅ’ ভাইৰেল

  • Share this:
অথন্তৰে যেন লগ নেৰা হৈছে ৰাণু মণ্ডলৰ! আকৌ চৰ্চালৈ আহিছে ৰাণু  মণ্ডল। বৰ্ষা দত্তই পৰিচালনা কৰা এক অনুষ্ঠানত ৰাণু মণ্ডলে পাহৰিলে হিমেশ ৰেশমীয়াৰ সৈতে গোৱা গীত। লগে লগে ক’লে –‘অহ মাই গড, আই ফৰগেটেড’! ভিডিঅ’টো এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।

ৰে’লৱে’ ষ্টেচনৰ পৰা বলীউদলৈ আহি হিমেশ ৰেশমীয়াৰ সৈতে দ্বৈত কণ্ঠত যিটো গীতত ৰাণু মণ্ডলে কণ্ঠদান কৰিছিল, ৰাজহুৱা অনুষ্ঠানত সেইটো গীতেই পাহৰি যোৱাত ৰাণু মণ্ডলক এতিয়া বিভিন্ন ধৰণে ট্ৰ’ল কৰিছে ছচিয়েল মিডিয়াত।

চাওক ভিডিঅ’



আৰু চাওক পৰৱৰ্তী বাতৰি