CAAক সমৰ্থন কৰি এগৰাকী অভিনেত্ৰীয়ে ক’লে, ‘বিৰোধ কৰা সকল ভাৰত বিৰোধী’

News18 Assam | News18-Assam
Updated:December 23, 2019, 2:14 PM IST
CAAক সমৰ্থন কৰি এগৰাকী অভিনেত্ৰীয়ে ক’লে, ‘বিৰোধ কৰা সকল ভাৰত বিৰোধী’
Source-Google

কাৰাগাৰৰ পৰা অহাৰ পিছত আকৌ এবাৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা সকলক অশ্লীল ভাষাৰে ককৰ্থনা কৰিলে বলীউদৰ অভিনেত্ৰী পায়ল ৰোহতগীয়ে

  • Share this:
কাৰাগাৰৰ পৰা অহাৰ পিছত আকৌ এবাৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা সকলৰ অশ্লীল ভাষাৰে ককৰ্থনা কৰিলে বলীউদৰ অভিনেত্ৰী পায়ল ৰোহতগীয়ে। অভিনেত্ৰীগৰাকীয়ে নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থনত ভিডিঅ’ প্ৰস্তুত কৰি আইনখনক বিৰোধ কৰা সকলক ‘নামধাৰি ধৰনিৰপেক্ষ বুলি কোৱাৰ লগতে, জানি বুজি জনসাধাৰণৰ মাজত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধাচৰণ কৰিবলৈ গৈ বিল খনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছে বুলি উল্লেখ কৰে।

অভিনেত্ৰীগৰাকীয়ে কয় যে, জৱাহৰলাল নেহৰুৰ সমৰ্থক সলকে আইন খন বিৰোধ কৰি আছে বুলি উল্লেখ কৰে। দেশত অশান্তিৰ বাতাবৰণ সৃষ্টি কৰিবলৈ বহুতে এনে পথৰ আশ্ৰয় লৈছে বুলি উল্লেখ কৰে অভিনেত্ৰী পায়ল ৰোহতগীয়ে। পায়ল ৰোহতগীৰ মতে, ‘নাগৰিকত্ব সংশোধনী আইন বিৰোধ কৰা সকল ভাৰত বিৰোধী, তেওঁলোকৰ কোনো জ্ঞান নাই।’

 
Published by: Himangshu Bhuyan
First published: December 23, 2019, 2:11 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading