‘আমাৰ কাহিনী শেষ হৈ গ’ল, তেওঁলৈ বৰকৈ মনত পৰিছে’- ঋষি কাপুৰৰ মৃত্যু মানি ল’ব পৰা নাই পত্নী নিতু কাপুৰে

News18 Assam | News18-Assam
Updated:May 2, 2020, 3:04 PM IST
‘আমাৰ কাহিনী শেষ হৈ গ’ল, তেওঁলৈ বৰকৈ মনত পৰিছে’- ঋষি কাপুৰৰ মৃত্যু মানি ল’ব পৰা নাই পত্নী নিতু কাপুৰে
নিতু কাপুৰে নিজৰ ইনষ্টাগ্ৰাম পেজত ঋষি কাপুৰৰ এখন পুৰণি ফটো শ্বেয়াৰ কৰিছে।

নিতু কাপুৰে নিজৰ ইনষ্টাগ্ৰাম পেজত ঋষি কাপুৰৰ এখন পুৰণি ফটো শ্বেয়াৰ কৰিছে।

  • Share this:
৩০ এপ্ৰিলৰ দিনা চিৰ দিনৰ বাবে আঁতৰি গ’ল বলীউদৰ চিৰ সেউজ অভিনেতা ঋষি কাপুৰ। অভিনেতাজনৰ মৃত্যু এতিয়া কোনেও সহজে মানি ল’ব পৰা নাই।

ঋষি কাপুৰৰ জীৱনৰ শেষ সময়ত কাষত নাছিল পত্নী নিতু কাপুৰ। নিতু কাপুৰে এতিয়া প্ৰতিটো সময়তে মনত পেলাইছে ঋষি কাপুৰৰ সৈতে কটোৱা প্ৰতিটো ক্ষণ। ইনষ্টাগ্ৰামত ঋষি কাপুৰৰ এখন পুৰণি ফটো শ্বেয়াৰ আবেগিক হৈ পৰিল নিতু কাপুৰ।




 





View this post on Instagram




 

End of our story ❤️❤️


A post shared by neetu Kapoor. Fightingfyt (@neetu54) on






নিতু কাপুৰ আৰু ঋষি কাপুৰ বলীউদৰ জনপ্ৰিয় দম্পতিসমূহৰ ভিতৰত অন্যতম আছিল। কিন্তু হঠাত্‍ স্বামীক হেৰুৱাই এতিয়া নিতু কাপুৰ হৈ পৰিছে অকলশৰীয়া। ঋষি কাপুৰলৈ মনত পেলাই নিতুৱে কৈছে-‘তেওঁলৈ বৰকৈ মনত পৰিছে,শেষ হৈ গ’ল আমাৰ কাহিনী।’
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading