আগৰ যেন সেইদিন নাই! মাত্ৰ তিনিজনক ৰাখি সকলোকে টুইটাৰত আনফ’ল কৰিলে ছবি নিৰ্মাতা কৰণ জোহৰে, বাদ পৰিল আলিয়া ভাটো!

News18 Assam | News18-Assam
Updated:June 20, 2020, 5:32 PM IST
আগৰ যেন সেইদিন নাই! মাত্ৰ তিনিজনক ৰাখি সকলোকে টুইটাৰত আনফ’ল কৰিলে ছবি নিৰ্মাতা কৰণ জোহৰে, বাদ পৰিল আলিয়া ভাটো!
Source-Google

টুইটাৰ খুলিবই নোৱাৰে! কেৱল গালি আৰু কটু কথাহে শুনে!

  • Share this:
সেইদিনা লৈকে বলীউদত দপদপাই থকা কৰণ জোহৰৰ যেন এতিয়া দিন বেয়া চলিছে। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছতে বহুতে বয়কট কৰিছে ছবি নিৰ্মাতা-পৰিচালক কৰণ জোহৰক। টুইটাৰত ট্ৰেণ্ড হৈছে, ‘বয়কট কৰণ জোহৰ, বয়কট আলিয়া ভাট’।



 





View this post on Instagram




 

I blame myself for not being in touch with you for the past year..... I have felt at times like you may have needed people to share your life with...but somehow I never followed up on that feeling...will never make that mistake again...we live in very energetic and noisy but still very isolated times ...some of us succumb to these silences and go within...we need to not just make relationships but also constantly nurture them....Sushants unfortunate demise has been a huge wake up call to me ...to my level of compassion and to my ability to foster and protect my equations.....I hope this resonates with all of you as well....will miss your infectious smile and your bear hug ....💔💔💔


A post shared by Karan Johar (@karanjohar) on






বলীউগত নেপ’টিজিমৰ ধ্বজাবাহী বুলি কৰণ জোহৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বহুলোক। বলীউদৰ ভিতৰৰো বহুতে কৰণ জোহৰক ৰাজহুৱাকৈ সমালোচনা কৰিছে।


কৰণ জোহৰে এতিয়া কেৱল অমিতাভ বচ্চন, শ্বাহৰুখ খান আৰু অক্ষয় কুমাৰক বাদ দি বলীউদৰ আন সকলোকে টুইটাৰত আনফ’ল কৰিলে।
First published: June 20, 2020, 5:32 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading