কন্যাৰ সৈতে বস্তি এলেকাত অক্ষয় কুমাৰ, খালে গুৰ–ৰুটি

পুৱাই নিজৰ ঘৰত অক্ষয় কুমাৰক দেখি আচৰিত হয় জুপুৰীটোত বাস কৰা বয়োজ্যেষ্ঠ দম্পতি

News18-Assam
Updated:November 1, 2019, 8:59 PM IST
কন্যাৰ সৈতে বস্তি এলেকাত অক্ষয় কুমাৰ, খালে গুৰ–ৰুটি
পুৱাই নিজৰ ঘৰত অক্ষয় কুমাৰক দেখি আচৰিত হয় জুপুৰীটোত বাস কৰা বয়োজ্যেষ্ঠ দম্পতি
News18-Assam
Updated: November 1, 2019, 8:59 PM IST
জীয়ৰী নিতাৰাৰ সৈতে প্ৰাতঃ ভ্ৰমণ কৰি আছিল বলীউদৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে। প্ৰাতঃ ভ্ৰমণৰ মাজতে পিঁয়াহ লাগে নীতাৰাৰ। লগে লগে অক্ষয় কুমাৰ নীতাৰাক পথৰ কাষৰে এটা বস্তি এলেকাত থকা এজন বয়োজ্যেষ্ঠ লোকৰ জুপুৰীলৈ লৈ যায়। অক্ষয়ে নীতাৰাৰ বাবে পানী বিচাৰে তেওঁলোকৰ পৰা। পুৱাই নিজৰ ঘৰত অক্ষয় কুমাৰক দেখি আচৰিত হয় জুপুৰীটোত বাস কৰা বয়োজ্যেষ্ঠ দম্পতি। তেওঁলোকে অতি আগ্ৰহেৰে গুৰ আৰু ৰুটি খাবলৈ দিয়ে অক্ষয় আৰু নিতাৰাক। সাধাৰণ মানুহৰ নিস্বাৰ্থ মৰম দেখি অভিভূত হৈ পৰে অক্ষয় কুমাৰ।


আৰু চাওক পৰৱৰ্তী বাতৰি