ৰাজহুৱাকৈ হাৰ্ডিক পাণ্ডিয়াই নতাশাক দিলে বিবাহৰ প্ৰস্তাৱ, চুম্বনেৰে প্ৰস্তাৱত সন্মতি দিলে নতাশাই

News18 Assam | News18-Assam
Updated:January 1, 2020, 7:25 PM IST
ৰাজহুৱাকৈ হাৰ্ডিক পাণ্ডিয়াই নতাশাক দিলে বিবাহৰ প্ৰস্তাৱ, চুম্বনেৰে প্ৰস্তাৱত সন্মতি দিলে নতাশাই
ক্ৰিকেটাৰ হাৰ্ডিক পাণ্ডিয়াই নিজৰ প্ৰেয়সী নতাশাক ৰাজহুৱা স্থানত দিলে বিয়াৰ প্ৰস্তাৱ। হাঁহি হাঁহি সন্মতি জনালে নতাশাই

ক্ৰিকেটাৰ হাৰ্ডিক পাণ্ডিয়াই নিজৰ প্ৰেয়সী নতাশাক ৰাজহুৱা স্থানত দিলে বিয়াৰ প্ৰস্তাৱ। হাঁহি হাঁহি সন্মতি জনালে নতাশাই

  • Share this:
ক্ৰিকেটাৰ হাৰ্ডিক পাণ্ডিয়াই নতুন বছৰৰ প্ৰথম দিনটোতে নিজৰ প্ৰেয়সীক দিলে বিবাহৰ প্ৰস্তাৱ। পূৰ্বতে অভিনেত্ৰী উৰ্বশী ৰৌতেলাৰ লগত হাৰ্ডিক পাণ্ডিয়াৰ প্ৰেমৰ সম্পৰ্ক আছিল বুলি চৰ্চা চলিছিল। কিন্তু এই সকলো চৰ্চাক মিছা প্ৰমাণিত কৰি এখন সাগৰৰ পাৰত হাৰ্ডিকে নতাশাক দিয়ে বিয়াৰ প্ৰস্তাৱ। মুখত এটি হাঁহি লৈ নতাশাই এটি চুম্বনেৰে হাৰ্ডিকৰ প্ৰস্তাৱক সন্মতি জনায়। দুয়োৰে এই নিবিড় মুহূৰ্তৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।



 





View this post on Instagram




 

Forever yes 🥰💍❤️ @hardikpandya93


A post shared by 🎀Nataša Stanković🎀 (@natasastankovic__) on




আৰু চাওক
পৰৱৰ্তী বাতৰি