• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • কাক নিজৰ ফটো দিবলৈ বাধ্য হ’ল আমিৰ খানৰ জীয়ৰী ইৰা খান? ফটো দিয়াৰ পিছতে সন্মুখীন বিশেষ পৰিস্থিতি

কাক নিজৰ ফটো দিবলৈ বাধ্য হ’ল আমিৰ খানৰ জীয়ৰী ইৰা খান? ফটো দিয়াৰ পিছতে সন্মুখীন বিশেষ পৰিস্থিতি

ইৰা খানৰ প্লে’ ‘Euripides Medea’ মু্ক্তিৰ পথত। ‘Euripides Medea’ গ্ৰীকৰ অন্যতম ট্ৰেজেদী। 

ইৰা খানৰ প্লে’ ‘Euripides Medea’ মু্ক্তিৰ পথত। ‘Euripides Medea’ গ্ৰীকৰ অন্যতম ট্ৰেজেদী। 

ইৰা খানৰ প্লে’ ‘Euripides Medea’ মু্ক্তিৰ পথত। ‘Euripides Medea’ গ্ৰীকৰ অন্যতম ট্ৰেজেদী। 

  • Share this:
ইৰা খানৰ প্লে’ ‘Euripides Medea’ মু্ক্তিৰ পথত। ‘Euripides Medea’ গ্ৰীকৰ অন্যতম ট্ৰেজেদী।    ‘Euripides Medea’ প্লে’ খনত আমীৰ খানৰ জীয়ৰী ইৰা খানৰ উপৰিও অভিনয় কৰিছে আমীৰ কানৰ পুত্ৰ জুনেইদ খান, যুৱৰাজ সিঙৰ পত্নী হেজেলৰ লগতে বহু নতুন পুৰণি অভিনেতা অভিনেত্ৰীয়ে।

আমিৰ খানৰ জীয়ৰী ইৰা খান আজিকালি প্ৰায়ে সক্ৰিয় ছচিয়েল মিডিয়াত। বিভিন্ন সময়ত ইৰা খানে দখল কৰে সংবাদ শিৰোণাম। এইবাৰ ইৰাই নিজৰ ছচিয়েল মিডিয়া ছাইটত আপলোড কৰিব লগীয়া হ’ল নিজৰ এখন বিশেষ ফটো। এগৰাকী প্ৰসিদ্ধ গায়কৰ বাবে উচৰ্গা কৰি নিজৰ ফটো খন শ্বেয়াৰ কৰিছে আমীৰ খানৰ জীয়ৰী ইৰাই।




নিজৰ ছচিয়েল মিডিয়াত ইৰাই ফটোখন শ্বেয়াৰ কৰি মন্তব্য কৰিছে যে,  প্ৰথমবাৰৰ বাবে মই মোৰ প্লে সকলোৰে ওচৰলৈ লৈ যাবলৈ চেষ্টা কৰিছো। এই ফটোখন মই প্ৰশিদ্ধ কণ্ঠশিল্পী সোণা মোহপাত্ৰলৈ উচৰ্গা কৰিছো।

 
Published by:Himangshu Bhuyan
First published: