• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Breaking: Bollywoodৰ অভিনেতা অক্ষয় কুমাৰৰ মাতৃৰ মৃত্যু ! অক্ষয়ে ক'লে, 'আজি মই অসহনীয় বেদনাত আছোঁ...'

Breaking: Bollywoodৰ অভিনেতা অক্ষয় কুমাৰৰ মাতৃৰ মৃত্যু ! অক্ষয়ে ক'লে, 'আজি মই অসহনীয় বেদনাত আছোঁ...'

Bollywoodৰ অভিনেতা অক্ষয় কুমাৰৰ (Akshay Kumar) মাতৃৰ মৃত্যু হৈছে। তেওঁ আজি ৰাতিপুৱা (৮ ছেপ্টেম্বৰ) শেষ নিশ্বাস ত্যাগ কৰিছে।

  • Share this:
Bollywoodৰ অভিনেতা অক্ষয় কুমাৰৰ (Akshay Kumar) মাতৃৰ মৃত্যু হৈছে। তেওঁ আজি ৰাতিপুৱা (৮ ছেপ্টেম্বৰ) শেষ নিশ্বাস ত্যাগ কৰিছে। অক্ষয় কুমাৰে অনুৰাগীসকলৰ সৈতে দুখৰ খবৰটো সামাজিক মাধ্যমত ভাগ বতৰা কৰিছে। কেইদিনমান আগতে, তেওঁৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ পিছত তেওঁক আইচিইউত ভৰ্তি কৰোৱা হৈছিল। অভিনেতাজনে অলপতে তেওঁক চাবলৈ ভাৰতলৈ উভতি আহিছিল।

বলীউডৰ অভিনেতা অক্ষয় কুমাৰে এদিন আগতে তেওঁৰ অসুস্থ মাতৃৰ আৰোগ্যৰ বাবে  অনুৰাগীসকলৰ প্ৰাৰ্থনাক ছ'চিয়েল মিডিয়াত গভীৰ হৃদয়েৰে ভাগ বতৰা কৰিছিল। তেওঁ ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰোঁতে এই কথা উল্লেখ কৰিছিল

তেওঁ ইনষ্টাগ্ৰামত আজি এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে, 'তেওঁ মোৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল। আজি মই অসহনীয় বেদনাত আছোঁ... মোৰ মা অৰুণা ভাটিয়াই এই পৃথিৱী এৰি গৈছে আৰু এতিয়া তেওঁ দেউতাৰ সৈতে আহিছে। আপোনালোক সকলোৰে প্ৰাৰ্থনাৰ প্ৰয়োজন কিয়নো আমাৰ পৰিয়ালটো এই বেয়া সময়ৰ সৈতে যুঁজ দি আছে।

Published by:Kokil Sarma
First published: